• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংবাদিক বেদিশ চন্দ্ৰ নাথ আৰু সমীন কলিতালৈ সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা-২০২০-২১

নীলমণি শৰ্মা ,কৃষ্ণাই by নীলমণি শৰ্মা ,কৃষ্ণাই
January 23, 2022 8:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাংবাদিক অসম কৰ্ম পৰিষদ অসমৰ গোৱালপাৰা জিলা সমিতিয়ে প্ৰয়াত সাংবাদিক ইন্দ্ৰমোহন হাকাচামৰ স্মৃতিত যোৱা ২০০৮ বৰ্ষৰ পৰাই প্ৰতিবছৰে “সংবাদ ইন্দ্ৰ গ্ৰাম্য” বঁটা প্ৰৱৰ্তন প্ৰদান কৰি আহিছে৷

আজি দুধনৈ পৰিদৰ্শন বঙলাত অনুষ্ঠিত হোৱা সাংবাদিক অসম কৰ্ম পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি নীলমনি শৰ্মাই সভাপতিত্ব বহা এখন সভাত এক প্ৰেছ বিজ্ঞপ্তি যোগে গোৱালপাৰা জিলাৰ সাংবাদিক বেদিশ চন্দ্ৰ নাথ আৰু হাজোৰ সাংবাদিক সমীন কলিতালৈ “সংবাদ ইন্দ্ৰমোহন হাকাচাম বঁটা আগ আগবঢ়োৱাৰ কথা ঘোষণা কৰা হয়৷

Apply Now

সংবাদ ইন্দ্ৰ গ্ৰাম্য ২০২০ বঁটাৰ বাবে নিৰ্বাচিত গোৱালপাৰা জিলাৰ লক্ষীপুৰ আস্থানৰ বৈদ্যুতিন মাধ্যম প্ৰাগ নিউজৰ সাংবাদিক বেদিশ চন্দ্ৰ নাথে ২০০৪ চনত “এন ই টিভিত” যোগদান কৰিছিল৷ তাৰ পিচত ২০১০ বৰ্ষত “এদিনৰ সংবাদ” কাকতৰ বাবে বগুৱানৰ সংবাদদাতা হিচাবে নিয়োজিত হৈছিল৷

২০১৬ চনত “ফকাচ এন ই টিভি”ত লক্ষীপুৰৰ আস্থানৰ পৰা বাতৰি পৰিৱেশন কৰিছিল৷ ২০১৮ চনত “নিউজ ১৮ নৰ্থ ইষ্ট” টিভিত বাতৰি পৰিবেশন কৰিছিল৷ শেহতীয়া ভাবে ২০১৯ চনৰ পৰা বৰ্তমানলৈ প্ৰাগ নিউজ সাংবাদিক হিচাবে ৰাইজৰ সেৱা আগবঢ়াই আহিছে৷ ২০০৪ চনৰ পৰাই সাংবাদিকতা জীৱন আৰম্ভ কৰি বৰ্তমানলৈ সংবাদ সেৱাৰ লগত ব্ৰতী হৈ সাংবাদিকতাৰ ক্ষেত্ৰ খনত যঠেষ্ঠ অৰিহনা আগবঢ়াই আহিছে৷

আনহাতে “সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা” ২০২১ৰ বাবে নিৰ্বাচিত কামৰূপ জিলাৰ হাজোৰ অসমৰ আগশাৰীৰ কাকত “দৈনিক অসমৰ” সাংবাদিক সমীন কলিতাই ১৯৭২ চনৰ পৰা “অসম বাতৰি” কাকতৰ জৰিয়তে সাংবাদিকতা আৰম্ভ কৰে৷ ১৯৭৩ চনত “আমাৰ প্ৰগতি”, ১৯৮৩ চনৰ পৰা “তিনিদিনীয়া বাতৰি” আৰু ১৯৮৬ চনৰ পৰা বৰ্তমানলৈ “দৈনিক অসম” কাকতত হাজোৰ পৰা সাংবাদদাতা হিচাবে কাম কৰি আছে৷ সংবাদ সেৱাৰ উপৰিও তেওঁ ১৯৭৫ চনৰ পৰা ১৯৮২ চনলৈ সাপ্তাহিক “অসম ৰাইজ”, ১৯৭৭ চনত “মৌচাক”, “সঞ্জীৱনী”,১৯৭৮ চনত “সৃষ্টি”, ১৯৭৯ চনৰ পৰা ১৯৮০ চনলৈ “নতুন অসমীয়া”, ১৯৮১ চনৰ পৰা ১৯৮৪ চনলৈ “সাপ্তাহিক নাগৰিক”, ১৯৮২ চনৰ পৰা ১৯৮৭ চনলৈ সাপ্তাহিক “অসম বাণী”, কাকতত সহকাৰী সম্পাদক, ষ্টাফ ৰিপৰ্টাৰ তথা প্ৰুফ ৰিডাৰ হিচাবে কাম কৰিছিল৷

সংবাদ সেৱাৰ লগতে সমীন কলিতাই সাহিত্য সাধনাৰ জৰিয়তে ৪৭ খন গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভেটি টনকিয়াল কৰিছে৷ ইয়াৰ উপৰিও সমীন কলিতা সমাজকৰ্মী হিচাবেও পৰিচিত৷ দুয়োগৰাকী সাংবাদিকক উক্ত বঁটা দুটা অহা ২৯ জানুৱাৰী ২০২২ত কৃষ্ণাই টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ত আনুষ্ঠানিক ভাবে প্ৰদান কৰা হব বুলি সাংবাদিক কৰ্ম পৰিষদ অসমৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি নীলমনি শৰ্মা আৰু সম্পাদক কন্দৰ্প নাথে সংবাদ মাধ্যমক জানিবলৈ দিছে৷

নীলমণি শৰ্মা ,কৃষ্ণাই

নীলমণি শৰ্মা ,কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd