• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লখিমপুৰত দমকলৰ পৰিত্যক্ত পাইপেৰে জ্বলনশীল গেছ নিৰ্গত

NE NOW NEWS দিপ প্ৰতিম বৰা
লখিমপুৰৰ , November 11, 2018 5:29 pm

1 min read

WhatsApp Image 2018-11-11 at 3.16.25 PM
243
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰ জিলাৰ ২ নং দক্ষিণ ৰূপহীৰ নিৱাসী শিক্ষক দেৱী প্ৰসাদ উপাধ্যায়ৰ গৃহত সংঘটিত হোৱা এক ঘটনাই  সমগ্ৰ অঞ্চলটোতে কৌতুহলৰ সৃষ্টি কৰিছে৷ শিক্ষক গৰাকীয়ে জনোৱা অনুসৰি তেওঁৰ গৃহত থকা প্ৰায় চাৰি বছৰ পুৰণি এটা দমকলেৰে মাটিৰ বাহিৰলৈ ওলাই থকা পাইপেৰে যোৱা এসপ্তাহ ধৰি গেছ নিৰ্গত হৈ আছে৷

পাইপ ডালৰ ওলাই থকা অংশত জুই লগাই দিলে জুই জ্বলি উঠে শিক্ষকগৰাকীয়ে জনাইছে। চাৰিবছৰৰ পূৰ্বে দমকলটো উঠাই পেলোৱা হৈছিল যদিও পাইপডাল মাটিৰ তলতেই ৰৈ গৈছিল৷ কিন্তু এসপ্তাহ মানৰ আগৰ পৰা পাইপডালৰ মুখেৰে গেছ উলাই থকা কথা জানিব পাৰি দীপাৱলীৰ দিনা জুই লগাই দিয়াত পাইপডালৰ বাহিৰলৈ ওলাই থকা অংশটোত জ্বলি উঠিছিল৷

শিক্ষক গৰাকীয়ে সেই জুইত চাহ বনোৱাৰ কথাও জানিবলৈ দিছে৷ প্ৰাকৃতিক গেছৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও কোনো বিশেষজ্ঞইহে প্ৰকৃত সত্য উদঘাটন কৰিবলৈ সক্ষম হ’ব ৷ এতিয়া এই বিষয়টো সৰৱ চৰ্চা সমগ্ৰ অঞ্চলতে৷

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd