• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুবছৰত সম্পূৰ্ণ হ’ব বাৰাউনী-গুৱাহাটী গেছ পাইপলাইন

ঘৰে ঘৰে পাইপলাইনেৰে ৰন্ধনগেছ যোগানৰ অভিলাসী প্ৰকল্প

মৈত্ৰেয়ী শৰ্মা by মৈত্ৰেয়ী শৰ্মা
October 1, 2018 2:03 pm
ac05a24e8a739a7ff4ea161a339b83bd
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ঘৰে ঘৰে পাইপলাইনেৰে ৰন্ধনগেছ যোগান ধৰাৰ এটা অভিলাসী প্ৰকল্প হাতত হোৱা হৈছে। ৪,০০০ কোটি ব্যয়সাপেক্ষ এই প্ৰকল্পটো ডুলীয়াজান নুমলীগড় পাইপলাইন (DNP) আৰু গেছ অথৰিটী অব ইণ্ডিয়া লিমিটেডৰ (GAIL) অংশীদাৰিত্বত বাস্তৱায়িত কৰা হ’ব।

এই প্ৰকল্পটো ১৮ৰ পৰা ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে।এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত গুৱাহাটী আৰু শিলচৰৰ বাসিন্দাসকলক সামৰি লোৱা হ’ব।

Apply Now

পাইপলাইনেৰে বাৰাউনীৰ পৰা গুৱাহাটী আৰু আগৰতলাৰ পৰা শিলচৰলৈকে গেছ আহি পোৱাৰ পাচত এই পদক্ষেপ গ্ৰহণ কৰা হ’ব।

ডুলীয়াজান নুমলীগড় পাইপলাইন আৰু গেছ অথৰিটী অব ইণ্ডিয়া লিমিটেডৰ উপৰিও পানেৰি তৈলক্ষেত্ৰৰ ডুলীয়াজানলৈ গেছ পৰিবহণৰ দায়িত্বত থকা অইল মেক্স নামৰ কোম্পানীটোকো এই প্ৰকল্পটোৰ অংশীদাৰিত্ব প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে।

এই পৰিকল্পনাত বৰ্তমান ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ অধিক সংখ্যক চহৰক সামৰি লোৱাৰ লক্ষ্য ৰখা হৈছে।

উল্লেখ্য যে ডুলীয়াজান নুমলীগড় পাইপলাইন হৈছে আছাম গেছ কোম্পানী লিমিটেড (AGCL), নুমলীগড় শোধনাগাৰ লিমিটেড (NRL)  আৰু অইল ইণ্ডিয়া লিমিটেডৰ (OIL) এটা যুটীয়া উদ্যোগ হিচাপে ২০০৭ চনত প্ৰতিষ্ঠা হৈছিল।

বহু বছৰ ধৰি ডুলীয়াজান নুমলীগড় পাইপলাইনে নুমলীগড় শোধনাগাৰ লিমিটেডলৈ প্ৰাকৃতিক গেছ পৰিবহণ কৰি আহিছে। প্ৰতিৱেদন অনুসৰি, ডুলীয়াজান নুমলীগড় পাইপলাইনে নুমলীগড়লৈ ২০১৬-১৭ বৰ্ষত ২২৯.১২ মিলিয়ন আৰু ২০১৭-১৮ বৰ্ষত ২৬৭.৯২ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ (MMSCM)  গেছ পৰিবহণ কৰিছে।

কৰ্প’ৰেট ছচিয়েল ৰেস্পঞ্চিবিলিটী কাৰ্যস্থাৰ মাজেৰে মাজেৰে শিক্ষা, স্বাস্থ্যসেৱা, অনাময় আৰু পৰিৱেস সুৰক্ষাক উদগনি দিয়া হৈছে কোম্পানীটোৰ প্ৰধান লক্ষ্য।

মৈত্ৰেয়ী শৰ্মা

মৈত্ৰেয়ী শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd