• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিগবৈত আৰম্ভ ৩১ সংখ্যক আন্তঃজিলা ছাব জুনিয়ৰ ভলীবল প্ৰতিযোগিতা

NE NOW NEWS এন ই নাও নিউজ
ডিগবৈ , October 5, 2018 9:54 am

1 min read

grand-haven-volleyball-invitational048-9e2ef134bc63f80f
345
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে ৩১ সংখ্যক আন্তঃজিলা ছাব জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ ভলীবল প্ৰতিযোগিতা। অসম ভলীবল সন্থাৰ তত্ত্বাৱধানত আৰু ডিগবৈ এ অ’ চি লেবাৰ য়ুনিয়নৰ সৌজন্যত ডিগবৈ জুবিলী খেলপথাৰত অনুষ্ঠিত এই দিবা-নৈশ প্ৰতিযোগিতাখনত অসমৰ প্ৰায়বোৰ জিলা আৰু মহকুমাৰ পৰা সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে।

প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত অসম ভলীবল সন্থা, তিনিচুকীয়া জিলা ভলীবল সন্থা আৰু এ অ’ চি লেবাৰ য়ুনিয়নৰ পতাকা উত্তোলন কৰে ক্ৰমে অসম ভলীবল সন্থাৰ উপ-সভাপতি মাধুৰ্য গোস্বামী, তিনিচুকীয়া জিলা ভলীবল সন্থাৰ সভাপতি অচ্যুৎ বৰঠাকুৰ আৰু অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি জিণ্টু শইকীয়াই।

আনহাতে ভাৰতীয় তেল নিগমৰ অসম তেল সংমণ্ডলৰ মহাপ্ৰবন্ধক হৃতজিৎ ভট্টাচাৰ্যই প্ৰতিযোগিতাখন উদ্বোধন কৰে। লীগ পদ্ধতিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ প্ৰথম দিনাই ল’ৰাৰ শাখাত বৰপেটাই বঙাইগাঁৱক ৩-০, দক্ষিণ কামৰূপে বজালীক ৩-১, গোৱালপাৰাই তেজপুৰক ৩-১, লখিমপুৰে গুৱাহাটীক ৩-১, তিনিচুকীয়াই নলবাৰীক ৩-০ আৰু গোলাঘাটে তিতাবৰক ৩-১ গ’লত পৰাস্ত কৰে।

উল্লেখযোগ্য যে বয়স ফাঁকি দি প্ৰতিযোগিতাত অংশ ল’বলৈ যোৱা বঙাইগাঁৱৰ ছোৱালী দলটোক বয়সৰ বিসংগতিৰ বাবে প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰে বুলি ভলীবল সন্থাই জানিবলৈ দিয়ে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd