• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসময়ীৰ স্বাভিমান গামোচা ডিঙিত লৈ প্ৰধান মন্ত্ৰী মোদীৰ যোগাসন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 21, 2019 8:18 am

1 min read

অসময়ীৰ স্বাভিমান গামোচা ডিঙিত লৈ প্ৰধান মন্ত্ৰী মোদীৰ যোগাসন
6k
VIEWS
Share on FacebookShare on Twitter

অসমীয়াৰ হেঁপাহৰ গামোচাক বহুবাৰ প্ৰশংসা কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিঙিত পুনৰ দেখা গ’ল অসমীয়াৰ স্বাভিমান গামোচা। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। দেশৰ বিভিন্ন প্ৰান্তত আজি যোগ দিৱস পালন কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে বিদেশতো পালন কৰা হৈছে এই যোগ দিৱস।

এই অনুসৰি ৰাঁচীত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ধুৰ্বাস্থিত প্ৰভাত তাৰা খেলপথাৰত প্ৰায় ৪০ হাজাৰ লোকৰ সৈতে একেলগে যোগাসনত অংশগ্ৰহণ কৰে প্ৰধান মন্ত্ৰী মোদীয়ে।

যোগাসনৰ সময়ত মোদীৰ ডিঙিত দেখা গ’ল অসমীয়াৰ স্বাভিমান গামোচা। ডিঙিত গামোচা লৈ যোগাসনত অংশ ল’লে প্ৰধান মন্ত্ৰীগৰাকীয়ে।

প্ৰতিজন অসমীয়াৰ দৰেই প্ৰধান মন্ত্ৰী মোদীৰো অতিকে আপোন এই গামোচা। পূৰ্বেও যোগাসনৰ লগতে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সময়ত অসমীয়াৰ অতিকে হেঁপাহৰ গামোচাখন ডিঙিত লোৱা দেখা গৈছিল প্ৰধানমন্ত্ৰী মোদীক।

আনকি অভিনেতা অক্ষয় কুমাৰে নিৰ্বাচনৰ সময়ত লোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা সাক্ষাৎকাৰত আলোচনা প্ৰসংগত অসমীয়াৰ গামোচাক প্ৰধান মন্ত্ৰী গৰাকীয়ে প্ৰশংসা কৰিছিল।

Recent News

Indane-Chhotu-800x445

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd