• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টোল টেক্সৰ বাবে বছৰেকীয়া পাছ প্ৰৱৰ্তন কেন্দ্ৰীয় চৰকাৰৰ, এটা ৰিচাৰ্জত ২০০ ব্যৱহাৰ কৰিব পাৰিব আপুনি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2025 5:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত মসৃণ কৰাৰ বাবে নতুন পদক্ষেপ। এইবাৰ কেন্দ্ৰই একে সময়তে গোটেই বছৰটোৰ বাবে টোল টেক্স জমা কৰাৰ সুযোগ দিয়াৰ দিশে আগবাঢ়িছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে প্ৰৱৰ্তন কৰিছে ‘বাৰ্ষিক’ টোল পাছ। এই সিদ্ধান্ত বুধবাৰে এক্স হেণ্ডেলত ঘোষণা কৰে নীতিন গাডকাৰীয়ে।

কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰীগৰাকীয়ে কয়, “ৰাষ্ট্ৰীয় ঘাইপথত অধিক হেঁচামুক্ত যাত্ৰাৰ বাবে আমি বাৰ্ষিক FASTag পাছৰ প্ৰৱৰ্তন কৰিবলৈ ওলাইছো। ১৫ আগষ্টৰ পৰা এই নতুন পাছটো ব্যৱহাৰ কৰা হ‘ব। ইয়াৰ দাম ৩ হাজাৰ টকা। ই এবছৰৰ বাবে বৈধ। এই বাৰ্ষিক FASTag পাছ ব্যৱহাৰ কৰি আপুনি সৰ্বাধিক ২০০ বাৰ যাত্ৰা কৰিব পাৰিব। এই পাছটো মূলতঃ ব্যক্তিগত বাহনৰ বাবে চিন্তা কৰা হৈছে।” কোৱা হৈছে যে ৰাষ্ট্ৰীয় ঘাইপথত নিৰৱচ্ছিন্ন যান-বাহনৰ যাতায়ত বজাই ৰখাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Apply Now

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে বাৰ্ষিক টোল পাছৰ মূল্য ৩ হাজাৰ টকা হ’ব বুলি ঘোষণা কৰিছে। এই পাছটো বৰ্তমানে কাৰ্য্যকৰী FASTag ব্যৱস্থাপ্ৰণালীৰ সৈতে সংযুক্ত কৰা হ‘ব। বৰ্তমান ব্যক্তিগত গাড়ী ব্যৱহাৰকাৰীয়ে প্ৰতিমাহে ৩৪০ টকাকৈ মাহেকীয়া ৰিচাৰ্জযোগ্য পাছ লাভ কৰিব পাৰিব, যিটো কেৱল নিৰ্দিষ্ট টোল প্লাজাৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব। কিন্তু নতুন ব্যৱস্থাটো কাৰ্যকৰী হ’লে ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱস্থাৰ সকলো টোল প্লাজালৈ যোৱাৰ বাবে বাৰ্ষিক পাছটো সস্তা বিকল্প হৈ পৰিব পাৰে। এই পাছৰ বৈধতা এবছৰ। অৱশ্যে সেই টোল পাছটো সৰ্বাধিক ২০০ বাৰ ব্যৱহাৰ কৰিব পাৰিব। ২০০ বাৰ ব্যৱহাৰৰ পিছত ইয়াৰ ম্যাদ উকলি যাব।

মন কৰিবলগীয়া যে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰালয়ে ২০২১ চনত সমগ্ৰ দেশতে FASTag ব্যৱস্থা আৰম্ভ কৰিছিল।ইয়াৰ জৰিয়তে গাড়ীখনত FASTag ষ্টীকাৰ লগোৱা হৈছে। টোল প্লাজাৰ মাজেৰে পাৰ হওঁতে টেগ স্কেন কৰি টকা কৰ্তন কৰা হয়। ৰিচাৰ্জ সম্পূৰ্ণ হোৱাৰ পিছত বাহনৰ মালিকে ৰিচাৰ্জ কৰিব লাগিব। এইবাৰ কেন্দ্ৰটোৱে সেই পদ্ধতিটো অধিক অত্যাধুনিক কৰি তুলিবলৈ গৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd