• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছেনিটাইজাৰৰ বিকল্প হ’ব পাৰে আয়োডিন: ১৫ ছেকেণ্ডতে কৰে ক’ৰ’ণা ভাইৰাছ ধ্বংস

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 19, 2020 3:04 pm

1 min read

iodine-solution-
500
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাই কেতিয়া ক’ত কাক লগ দিয়ে তাৰ কোনো নিশ্চয়তা  নোহোৱা হৈ পৰিছে।

ক’ৰ’ণাক ৰুধিবলৈ মানুহে কত’ কি যে কৰা নাই ।

কোনোৱাই বটলে বটলে ছেনিটাইজাৰ কিনি কেৱল ঘঁহি গৈছে।

অত্যধিক ছেনিটাইজাৰ ঘঁহাৰ ফলত বহতৰে হাতত ঘা পৰ্যন্ত হৈছে।

ছেনিটাইজাৰৰ আন বহু পাৰ্শ্বক্ৰিয়াৰ বিষয়ে স্বাস্থ্য বিজ্ঞানীসকলে মানুহক সকিয়াই আহিছে।

এনে সময়তে আমেৰিকাৰ এদল স্বাস্থ্য বিজ্ঞানীয়ে কঢ়িয়াই আনিছে এক সুখবৰ।

এই স্বাস্থ্য বিজ্ঞানীৰ দলটোৰ মতে ক’ৰ’ণা ভাইৰাছ ধ্বংস কৰাৰ ক্ষেত্ৰত প্ৰচলিত ছেনিটাইজাৰতকৈয়ো বেছি ভাল কাম কৰে কটা-চিঙাত ব্যৱহাৰ কৰা আয়োডিনে।

আমেৰিকাৰ কানেক্টিকাট স্কুল অৱ মেডিচিনৰ বিশেষজ্ঞসকলে চলোৱা গৱেষণাত এই কথা প্ৰমাণ হৈছে যে আয়োডিনে মাত্ৰ ১৫ ছেকেণ্ডৰ ভিতৰতে ক’ৰ’ণা ভাইৰাছ মাৰি পেলাব পাৰে।

যি কাম ইথানল এলক’হল যুক্ত ছেনিটাইজাৰে ইমান সোনকালে কৰিব নোৱাৰে।

এক কথাত ক’ৰ’ণা ভাইৰাছ ধ্বংস কৰাৰ ক্ষেত্ৰত ছেনিটাইজাৰতকৈ আয়োডিনে অধিক ক্ষীপ্ৰতাৰে কাম কৰে।

সেয়ে বিজ্ঞানীৰ দলটোৱে আয়োডিনেৰে হাত ধোৱাৰ লগতে মুখ ধোৱাৰ বিষয়তো গুৰুত্ব দিছে।

বাহিৰৰ পৰা গৈ ঘৰ পোৱাৰ পিছত আয়োডিন মিহলি পানীৰে মুখ-হাত ধুলে ক’ৰ’ণা ভাইৰাছ ১৫ ছেকেণ্ডতে নোহোৱা হৈ পৰিব।

 

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd