• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অধিনায়ক বিৰাট কোহলীক ১২ লাখ টকাৰ জৰিমনা আই পি এল কৰ্তৃপক্ষৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 25, 2020 3:29 pm

1 min read

অধিনায়ক বিৰাট কোহলীক ১২ লাখ টকাৰ জৰিমনা আই পি এল কৰ্তৃপক্ষৰ
951
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ডুবাই ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত বেংগালুৰু আৰু পঞ্জাৱৰ মাজত অনুষ্ঠিত মেচখনত শ্ল’ অভাৰ ৰেটৰ বাবে বিৰাট কোহলীক ১২ লাখ টকাৰ জৰিমনা বিহিছে।

বেংগালুৰু দলে ২০ অভাৰ শেষ কৰিবলৈ নিৰ্ধাৰিত সময়তকৈ অধিক সময় লৈছিল আৰু সেই বাবেই কোহলীক জৰিমনা বিহা হয়।

আই পি এল কৰ্তৃপক্ষই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দি কয় যে আই পি এলৰ নূন্যতম অভাৰ গতি উলংঘন কৰাৰ বাবে কোহলীক ১২ লাখ টকা জৰিমনা বিহা হৈছে।

ইয়াৰ উপৰি লীগৰ নিয়ম মতে দলে যদি এই ভুল পুনৰ কৰে তেন্তে অধিনায়কক এখন বা দুখন মেচৰ পৰা নিলম্বন কৰিব।

উল্লেখ্য যে বৃহস্পতিবাৰৰ মেচখনত পঞ্জাৱ দলে বেংগালুৰু দলক ২০৭ ৰানৰ লক্ষ্য বান্ধি দিছিল যদিও আৰ চি বিয়ে মাত্ৰ ১০৯ ৰানতে ইনিংছ সামৰাত মেচখন পঞ্জাৱে ৯৭ ৰানত জয়লাভ কৰে।

কালিৰ মেচখন কিংছ ইলেভেন পঞ্জাৱৰ অধিনায়ক কে এল ৰাহুলৰ বাবে চিৰস্মৰণীয় হৈ থাকিব। কিয়নো মেচখনত ৰাহুলে কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।

Recent News

a man

ৰক্তাক্ত ম্যানমাৰ: আৰক্ষীৰ নিৰ্বিচাৰ গুলিচালনাত নিহত ১৮ গৰাকী প্ৰতিবাদকাৰী

Screenshot_20210227_203328

মাৰ্ঘেৰিটা সমষ্টিত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন সৰ্ম্পকে মহকুমাধিপতি কাৰ্যালয়ত সাংবাদিকৰে সভা

PM-Modi-750x375

ডিঙিত গামোচালৈ কোভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

bhaba

কলিয়াবৰত নৱ নিৰ্মিত নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd