• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2025 9:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি এল ২০২৫-ৰ ১৮ সংখ্যক সংস্কৰণৰ যাত্ৰা এতিয়া অন্ত পৰাৰ দিশে। প্ৰায় আঢ়ৈ মাহজোৰা ৰোমাঞ্চকৰ যাত্ৰাৰ অন্তত কাইলৈ অনুষ্ঠিত হ’ব এই বৰ্ষৰ আই পি এলৰ অন্তিম পৰ্ব, অৰ্থাৎ ফাইনেল মেচ। কালিলৈ ফাইনেল মেচত অৱতীৰ্ণ হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছ। এইবাৰ প্ৰথমবাৰৰ বাবে আই পি এলত ফাইনেল খেলাৰ সুযোগ লাভ কৰিছে দুয়োটা দলে। নিশ্চিতভাৱে দেখা যাব এক নতুন চেম্পিয়ন ।

এই বিশেষ দিনটোত ফাইনেল মেচ আৰম্ভ হোৱাৰ পূৰ্বে অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ সামৰণি অনুষ্ঠান। স্বাভাৱিকভাৱে উদ্বোধনী অনুষ্ঠানৰ দৰেই সামৰণি অনুষ্ঠানটোলৈও অনুৰাগীৰ উচ্ছাস অভূতপূর্ব। বহু অনুৰাগীয়ে এই অনুষ্ঠানলৈ আশাৰে বাট চাই আছে।

Apply Now

সামৰণি অনুষ্ঠান কেতিয়াৰ পৰা, ক’ত অনুষ্ঠিত হ’ব–

পূৰ্বে নির্ধাৰিত সূচী অনুসৰি ফাইনেল মেচখন ২৫ মে’ত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ভাৰত-পাকিস্তান সীমান্ত সংঘাতৰ পৰিপ্ৰেক্ষিতত প্ৰতিযোগিতাৰ সময়সূচী এক সপ্তাহৰ বাবে পিছুৱাই দিয়া হয়। নতুন সূচী অনুসৰি আই পি এল ২০২৫ৰ ফাইনেল আৰু সামৰণি অনুষ্ঠান ৩ জুন, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

বিচিচিআইৰ বিশেষ ঘোষণা: ভাৰতীয় সেনাক শ্ৰদ্ধাঞ্জলি–

বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই এই অনুষ্ঠান সম্পৰ্কে এক গুৰুত্বপূর্ণ ঘোষণা কৰিছে। তেওঁ জনোৱা মতে, এইবাৰ আই পি এলৰ সামৰণি অনুষ্ঠানত ভাৰতীয় সেনাৰ তিনিজন জ্যেষ্ঠ বিষয়া আমন্ত্ৰিত হ’ব। লগতে, সেনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব এই অনুষ্ঠানৰ জৰিয়তে। যদিও এই বিষয়া সকলে অনুষ্ঠানত উপস্থিত থাকিব নে নাই, সেই বিষয়ে এতিয়ালৈকে নিশ্চিত তথ্য লাভ কৰা নাই।

আই পি এলৰ অফিচিয়েল এক্স (Twitter) হেণ্ডলত প্ৰকাশ কৰা অনুসৰি, এই সামৰণি অনুষ্ঠানত সংগীতৰ জৰিয়তে উজ্বল কৰি তুলিব দেশৰ বিখ্যাত সংগীতজ্ঞ শংকৰ মহাদেৱন আৰু তেওঁৰ দুই পুত্ৰ – সিদ্ধাৰ্থ মহাদেৱন আৰু শিৱম মহাদেৱনে। অনুষ্ঠান আৰম্ভ হ’ব সন্ধিয়া ৬ বজাৰ পৰা।

মূল আকৰ্ষণ: সংগীতৰে মুখৰ হ’ব সামৰণি সন্ধিয়া–

Live Streaming: ক’ত চাব পাৰিব-

আই পি এল ২০২৫ৰ সামৰণি অনুষ্ঠান ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্রচাৰ হ’ব। লগতে, অনলাইন প্লেটফৰ্ম জিঅ’ হটষ্টাৰতো উপলব্ধ হ’ব অনুষ্ঠানটো।

সেইদৰে, আই পি এল ২০২৫ৰ শেষৰ দিনটোত মেচৰ উত্তেজনাৰ লগতে সংগীত, শ্ৰদ্ধাঞ্জলি আৰু উদ্দীপনাৰে পৰিপূৰ্ণ হ’ব সামৰণি অনুষ্ঠান। অনুৰাগীয়ে নিশ্চয়কৈ এক মনোমোহা সন্ধিয়া উপভোগ কৰিব বুলি আশা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd