DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ কিশোৰ ৰিয়ান পৰাগ আই পি এলত; কিনিলে ৰাজস্থান ৰয়েলছে

১৭ বছৰীয়া অসমৰ ৰিয়ান পৰাগক দেখা যাব সৰ্বাধিক দামী খেলুৱৈৰ সৈতে একেটা দলত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 19, 2018 7:23 am
Riyan-Parag
3.6k
VIEWS
Share on FacebookShare on Twitter

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আন এটা সুখবৰ কঢ়িয়াই অসমৰ উদীয়ামান ক্ৰিকেটাৰ আৰু ইতিপূৰ্বে অনূৰ্ধ্ব ১৯ ক্ৰিকেট বিশ্বকাপত খেলা ৰিয়ান পৰাগে খেলিব আই পি এলত। ১৭ বছৰীয়া কিশোৰ ৰিয়ানে আই পি এলৰ শীৰ্ষস্থানৰ দল ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ হোৱা বুলি জানিব পৰা গৈছে।

১৮ ডিচেম্বৰত হোৱা আই পি এলৰ খেলুৱৈ নিলামত অসমৰ কিশোৰ খেলুৱৈজনক ৰাজস্থান ৰয়েলছে চুক্তিবদ্ধ কৰাৰ পিছতে অসমৰ ক্ৰীড়াপ্ৰেমী উৎফুল্ল হৈ পৰিছে। নিলামত তেওঁৰ দাম উঠিল ২০ লাখ টকা।

উল্লেখযোগ্য যে ৰিয়ান পৰাগে ২০১৮ চনৰ জানুৱাৰিত অনুষ্ঠিত ২০১৯ অনূৰ্ধ্ব বিশ্বকাপত ভাৰতীয় দলত খেলাৰ সুযোগ পাইছিল। তাৰোপৰি তেওঁ ২০১৭ চনত ইংলেণ্ড ভ্ৰমণ কৰা অনূৰ্ধ্ব ১৯ ভাৰতীয় দলতো অন্তৰ্ভুক্ত হৈছিল।

ৰিয়ান অমৰ প্ৰাক্তন ৰঞ্জি খেলুৱৈ তেওঁ অসমৰ ৰঞ্জি খেলুৱৈ পৰাগ দাস আৰু ৰাষ্ট্ৰীয় অভিলেখকাৰী সন্তৰণবিদ মিথু বৰুৱাৰ পুত্ৰ।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ১৮ ডিচেম্বৰত হোৱা নিলামত  জয়দেৱ উনাদকট আৰু বৰুণ চক্ৰৱৰ্তী সৰ্বাধিক দামত চুক্তিবদ্ধ হয়। দুয়োজনৰ দাম উঠিল ৮.৪০ কোটি। ইয়াৰে জয়দেৱ চুক্তিবদ্ধ হয় ৰাজস্থান ৰয়েলছৰ সৈতে আৰু একেই দামত কিংছ ইলেভেন পঞ্জাবৰ সৈতে চুক্তিবদ্ধ হয় বৰুণ।

Recent News

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd