• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাম্পৰ ভাবুকিৰ কেইঘণ্টাৰ ভিতৰতে আমেৰিকাৰ দুখন যুদ্ধ বিমান গুলীয়াই ভূপতিত কৰাৰ দাবী ইৰানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:38 am
60
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস কৰাৰ দাবী জনোৱাৰ কেইঘণ্টামানৰ পাছত আন এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় ৱাশ্বিংটন। শুকুৰবাৰে ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে এক বিবৃতিত কয় যে তেওঁলোকৰ অত্যাধুনিক আৰু নতুনকৈ বিকশিত এয়াৰ ডিফেন্স চিষ্টেমে মধ্য ইৰাণত আন এখন আমেৰিকাৰ ‘ষ্টেলথ এফ-৩৫’ যুদ্ধ বিমান গুলীয়াই পেলাইছে। লেকেনহিথ স্কোয়াড্ৰনৰ অন্তৰ্গত যুদ্ধ বিমানখন ক্ষেপণাস্ত্ৰৰ খুন্দাত সম্পূৰ্ণৰূপে ধ্বংস হৈ দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখন ইমানেই বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে যে ইয়াৰ পাইলটৰ ভাগ্য সম্পৰ্কে এতিয়াও কোনো নিৰ্দিষ্ট তথ্য পোৱা হোৱা নাই।

ইয়াৰ পূৰ্বে শুকুৰবাৰে পুৱা আই আৰ জি চিয়ে পাৰস্য উপসাগৰৰ কেছম দ্বীপৰ দক্ষিণে আন এখন আমেৰিকাৰ উন্নত যুদ্ধ বিমান গুলীয়াই ভূপতিত কৰাৰ কথা ঘোষণা কৰে। বিবৃতিটোত কোৱা হৈছে যে উন্নত ৰাডাৰ আৰু প্ৰতিৰক্ষা ব্যৱস্থাৰ আক্ৰমণৰ পিছত হেংহাম আৰু কেছম দ্বীপৰ মাজত পাৰ্চী উপসাগৰৰ গভীৰ জলসীমাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

Apply Now

এই সফল অভিযানৰ পিছত আই আৰ জি চিয়ে ড’নাল্ড ট্ৰাম্পক পোনপটীয়াকৈ সমালোচনা কৰি কয় যে এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই দাবী এক গোকাট মিছা। এই অভিযান ইৰাণৰ সংহত বায়ু প্ৰতিৰক্ষা নেটৱৰ্কৰ অধীনত আই আৰ জি চি নৌসেনাৰ আধুনিক ব্যৱস্থাই চলাইছিল।

মন কৰিবলগীয়া যে শেহতীয়াকৈ আমেৰিকাৰ সেনাবাহিনীৰ বাবে বিমান ক্ষতিৰ তালিকাখন দীঘলীয়া হৈ আহিছে। ইয়াৰ পূৰ্বে ১১ মাৰ্চত ইৰাণৰ মধ্য আকাশমাৰ্গত প্ৰথমবাৰৰ বাবে এফ-৩৫ যুদ্ধ বিমান আক্ৰান্ত হৈছিল। সেই সময়ত আমেৰিকাৰ সংবাদ মাধ্যমে জৰুৰী অৱতৰণৰ বাতৰি প্ৰকাশ কৰিছিল যদিও পিছত এন পি আৰৰ এক প্ৰতিবেদনত ইৰাণৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হোৱা বিমানখনে অদূৰ ভৱিষ্যতে পুনৰ উৰণৰ ক্ষমতা লাভ নকৰে বুলি প্ৰকাশ পাইছিল।

এই চলি থকা উত্তেজনাৰ আৰম্ভণিৰ পৰাই ইৰাণে মুঠ দুখন এফ-৩৫, এখন এফ-১৮, দুখন এফ-১৬ আৰু চাৰিখন এফ-১৫ বিমান ভূপতিত কৰা বুলি দাবী কৰিছে।

ইফালে পেন্টাগনে আনুষ্ঠানিকভাৱে তিনিখন এফ-১৫ আৰু এখন কেচি-১৩৫ টেংকাৰ বিমান হেৰুৱাৰ কথা স্বীকাৰ কৰিছে যদিও বেছিভাগ ক্ষেত্ৰতে লোকচান ঢাকিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে।

বহু সামৰিক বিশেষজ্ঞৰ মতে, আমেৰিকা কৰ্তৃপক্ষই তেওঁলোকৰ অত্যাধুনিক ষ্টীলথ বিমান ধ্বংস হোৱাৰ কথা ঢাকি ৰাখিবলৈ প্ৰায়ে ‘বন্ধুত্বপূৰ্ণ শক্তিৰ গুলীত ভূপতিত’ বা ‘যান্ত্ৰিক দুৰ্ঘটনা’ হিচাপে প্ৰচাৰ কৰে। আনকি শেহতীয়াকৈ আমেৰিকাৰ নেভাদাত এফ-৩৫ দুৰ্ঘটনা সংঘটিত হোৱা প্ৰতিবেদনকো আন্তঃৰাষ্ট্ৰীয় সামৰিক বিশেষজ্ঞসকলে ইৰাণ যুদ্ধত হেৰুওৱা বিমানখনৰ বাস্তৱ কাহিনী ঢাকি ৰখাৰ প্ৰয়াস হিচাপে গণ্য কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd