• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইৰাণত ভাৰতীয়ৰ বাবে ভিছাবিহীন ভ্ৰমণৰ অন্ত; কিয় লোৱা হ’ল এই সিদ্ধান্ত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2025 10:09 am
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সলনি হৈছে ভাৰতীয়ৰ বাবে ইৰাণলৈ যাত্ৰাৰ নিয়ম। ইৰাণ যাত্ৰাৰ নিয়মৰ বৃহৎ পৰিৱৰ্তনৰ বিষয়ে নাগৰিকসকলক সঁকিয়াই দিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (MEA)। ২০২৫ চনৰ ২২ নৱেম্বৰৰ পৰা সাধাৰণ ভাৰতীয় পাছপ‘ৰ্টধাৰীয়ে এতিয়া ভিছা অবিহনে ইৰাণত প্ৰৱেশ কৰিব নোৱাৰিব। ভাৰতীয়ক লক্ষ্য কৰি কেলেংকাৰী সংঘটিত হোৱাৰ খবৰ পোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ইৰাণ প্ৰশাসনে।

শেহতীয়াকৈ ভাৰতীয়সকলক প্ৰতাৰণা কৰি ইৰাণলৈ নিয়া কেইবাটাও দুখজনক ঘটনাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। অপৰাধীয়ে পুৰণি ভিছামুক্ত নিয়ম ব্যৱহাৰ কৰি ভুৱা চাকৰিৰ প্ৰস্তাৱ বা আন দেশলৈ সহজ ভ্ৰমণৰ প্ৰতিশ্ৰুতিৰে মানুহক প্ৰলোভিত কৰিছিল। তাত উপস্থিত হোৱাৰ পিছত বহু ভুক্তভোগীক অপহৰণ কৰি মুক্তিপণৰ বাবে ৰখা হৈছিল।

Apply Now

১৭ নৱেম্বৰত এম ই এ-এ এক বিবৃতিত কয় যে, “চৰকাৰে এনে বহু ঘটনাৰ কথা জানিব পাৰিছে। “এই লোকসকলক সাধাৰণ পাছপ’ৰ্টৰ বাবে ভিছা ৰেহাইৰ সুবিধা লৈ ইৰাণলৈ যোৱাৰ বাবে ফান্দত পেলাইছিল। উপস্থিত হোৱাৰ পিছত পণবন্দী হ’বলগীয়া হৈছিল।”

এই অপৰাধসমূহ বন্ধ কৰিবলৈ ইৰাণ চৰকাৰে এতিয়া ভিছা ৰেহাই বন্ধ কৰিছে। ২২ নৱেম্বৰৰ পৰা ইৰাণত প্ৰৱেশ কৰাৰ পূৰ্বে সকলো সাধাৰণ ভাৰতীয় পাছপ‘ৰ্টধাৰীয়ে ভিছা ল’ব লাগিব।

ভ্ৰমণৰ পৰিকল্পনা কৰা সকলো ভাৰতীয়কে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে এম ই এ-এ। পৰামৰ্শৱলীত সতৰ্ক কৰি দিয়া হৈছে যে, “ইৰাণৰ মাজেৰে ভিছাবিহীন ভ্ৰমণ বা আন দেশলৈ সহজ পথৰ প্ৰতিশ্ৰুতি দিয়া কোনো এজেণ্টক এৰাই চলক।” “চৰকাৰী উৎস পৰীক্ষা কৰক আৰু সুৰক্ষিত থাকক।”

এই নিয়মে কূটনৈতিক বা চৰকাৰী পাছপ‘ৰ্টত কোনো প্ৰভাৱ পেলোৱা নাই। ভাৰতীয়সকলে ভিছাৰ সবিশেষ জানিবলৈ ইৰাণৰ দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। এম ই এ-এ সকলোকে এনে সন্দেহজনক কাৰ্যকলাপৰ বিষয়ে স্থানীয় আৰক্ষী বা বিদেশস্থিত ভাৰতীয় মিছনত খবৰ দিবলৈ সোঁৱৰাই দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd