• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ইৰাণে আকাশমাৰ্গ মুকলি কৰিলে ভাৰতীয় বিমানৰ বাবে! আজি নিশা দিল্লীত উপস্থিত হ’ব ছাত্ৰ-ছাত্ৰীৰ প্ৰথমটো দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2025 5:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইল–ইৰান সংঘাতৰ প্ৰেক্ষাপটত পূৰ্বে বন্ধ হৈ থকা ইৰানৰ আকাশপথ একান্তভাৱে ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ উদ্ধাৰ অভিযানৰ বাবে  মুকলি কৰা হৈছে। সংঘৰ্ষ পীড়িত ইৰানৰ বিভিন্ন চহৰত আবদ্ধ হৈ পৰা প্ৰায় ১,০০০ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীক অহা দুদিনৰ ভিতৰত দিল্লীলৈ ঘূৰাই অনা হ’ব বুলি সদৰী কৰিছে। এই উদ্ধাৰ অভিযানৰ প্ৰথম খন বিমান আজি নিশা ১১ বাজত দিল্লীত অৱতৰণৰ কথা, আৰু শনিবাৰে পুৱা আৰু সন্ধিয়া দ্বিতীয় খন বিমানো উপস্থিত হ’বহি।

ইজৰাইল আৰু ইৰানৰ মাজত চলি থকা ক্ষেপণাস্ত্ৰ বিনিময় আৰু ড্ৰোন আক্ৰমণৰ বাবে ইৰানৰ আকাশ মাৰ্গৰ অধিকাংশই আন্তঃৰাষ্ট্ৰীয় বিমান চলাচলৰ বাবে বন্ধ হৈ পৰিছিল। এই সংকটকালীন পৰিস্থিতিৰ মাজত ভাৰতীয় নাগৰিকসকলৰ বাবে এক বিশেষ বিমান কৰিডৰ সৃষ্টি কৰা হৈছে।

Apply Now

ইজৰাইলৰ “অপাৰেছন ৰাইজিং লায়ন”ৰ জৰিয়তে ইৰানৰ পাৰমাণৱিক স্থাপনাসমূহক লক্ষ্য কৰি কৰা আক্ৰমণৰ উত্তৰস্বৰূপে তেহৰাণে চলোৱা প্রত্যাক্রমণত সংঘাত তীব্ৰতৰ হৈ পৰে। এনে পৰিস্থিতিত নাগৰিকসকলৰ সুৰক্ষাৰ বাবে ভাৰতীয় চৰকাৰে বুধবাৰে ‘অপাৰেছন সিন্ধু’ আৰম্ভ কৰে।

ইৰানত বৰ্তমান প্ৰায় ৪,০০০ ভাৰতীয় নাগৰিক থাকে, যাৰ প্ৰায় অৰ্ধাংশ ছাত্ৰ-ছাত্ৰী। ইয়াৰে বহুতে তুৰ্কীৰ সীমান্তৰ কাষৰ পশ্চিম আজাৰবাইজান প্ৰদেশত অৱস্থিত উৰমিয়া মেডিকেল ইউনিভাৰ্ছিটিত অধ্যয়ন কৰি আছে, য’ত সাম্প্ৰতি পৰিস্থিতি ভয়াবহ হৈ পৰিছে।

চলিত সপ্তাহৰ আৰম্ভণিতে জম্মু-কাশ্মীৰৰ ১১০ জন ছাত্ৰ-ছাত্ৰীক ইৰানৰ উত্তৰাঞ্চলৰ পৰা  আৰ্মেনিয়াৰ ইয়েৰেভানলৈ লৈ যোৱা হৈছিল। এই ছাত্ৰ-ছাত্ৰীসকলে ১৮ জুন ২:৫৫ বজাত ইয়েৰেভানৰ পৰা দিল্লীলৈ উৰামাৰে কৰে আৰু ১৯ জুনৰ পুৱা ভাৰতত উপস্থিত হয়।

ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ইৰান আৰু আৰ্মেনিয়াৰ চৰকাক ধন্যবাদ জ্ঞাপন কৰি কয় যে বিদেশত থকা ভাৰতীয় নাগৰিকৰ সুৰক্ষা সৰ্বোচ্চ প্ৰাথমিকতা। ইৰাণৰ দিল্লীস্থিত দূতাবাসেও উল্লেখ কৰে যে ইৰানৰ বৈদেশিক মন্ত্ৰ্যালয়ে ভাৰতীয় কূটনৈতিকসকলৰ সৈতে একে-ধৰণৰ সহযোগিতাৰে কাম কৰি আছে।

Tags: BreakingNewsEvacuationFlightIndiaIranIndianCitizensAbroadIndianStudentsIranConflictIranEvacuationMEAIndiaOperationSindhuStudentRescue
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd