• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘যুদ্ধ কেতিয়া শেষ হ’ব সেইটো আমি নিৰ্ধাৰণ কৰিম’; ট্ৰাম্পক প্ৰত্যুত্তৰ ইৰাণৰ, আৰৱ-ইউৰোপক বিশেষ চৰ্ত

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2026 10:14 am
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰথমে ভাবিছিল যে এই যুদ্ধ চাৰি-পাঁচ সপ্তাহ ধৰি চলিব পাৰে। অৱশ্যে সোমবাৰে তেওঁ কয়, ‘তেওঁলোকৰ একো বাকী নাই। যুদ্ধ প্ৰায় শেষ হৈ গৈছে।’ ট্ৰাম্পৰ এই মন্তব্যৰ কেইঘণ্টামানৰ ভিতৰতে ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পে ইয়াৰ প্ৰত্যুত্তৰত এটা বিবৃতি প্ৰকাশ কৰি কয় যে, ‘যুদ্ধ কেতিয়া শেষ হ’ব সেইটো আমি নিৰ্ধাৰণ কৰিম। আন কোনোৱে নহয়।’

একে সময়তে তেওঁলোকে সকীয়াই দিছে যে আমেৰিকা আৰু ইজৰাইলক হৰমুজ প্ৰণালী মাজেৰে এক লিটাৰ তেলও পৰিবহণ কৰিবলৈ দিয়া নহ’ব। তদুপৰি, তেওঁলোকে আৰব আৰু ইউৰোপীয় দেশসমূহৰ বাবে বিশেষ চৰ্ত নিৰ্ধাৰণ কৰিছে।

Apply Now

ইছলামিক ৰিভল্যুচন গাৰ্ড কৰ্পছে বিবৃতিত স্পষ্টভাৱে কয়, ‘পশ্চিম এছিয়াৰ ভৱিষ্যত এতিয়া আমাৰ হাতত। আমেৰিকাৰ সামৰিক বাহিনীৰ হাতত একো নাই।’ ইয়াৰ পিছত তেওঁলোকে সতৰ্কবাণীমূলক সুৰত কয়, ‘যুদ্ধ কেতিয়া শেষ হ’ব আমি নিৰ্ধাৰণ কৰিম।’

ইৰাণৰ তেল নিয়ন্ত্ৰণ কৰাৰ ইংগিত দিছে ট্ৰাম্পে। তেওঁ কয়, ‘এই সম্ভাৱনা আছে।  অতি প্ৰবল সম্ভাৱনা। কিন্তু এই বিষয়ে আলোচনা কৰাৰ সময় এতিয়াও হোৱা নাই।’ ইয়াৰ পিছতে ট্ৰাম্পে ভেনিজুৱেলাৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ কয়, ‘ভেনিজুৱেলালৈ চাওক। যোৱা মাহতে আমি তেওঁলোকৰ পৰা ৮ কোটি ডলাৰৰ তেল লৈছিলো।’

পশ্চিম এছিয়াৰ যুদ্ধৰ বাবে বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য দ্ৰুতগতিত বৃদ্ধি পাইছে। বিগত চাৰি বছৰত প্ৰথমবাৰৰ বাবে প্ৰতি বেৰেলৰ মূল্য ১১০ ডলাৰ হৈছেগৈ। বিশেষকৈ হৰমুজ প্ৰণালী কাৰ্যতঃ বন্ধ হোৱাৰ পিছত সমগ্ৰ বিশ্বতে তেলৰ যোগানক লৈ আতংক বিয়পি পৰিছে। এই সন্দৰ্ভত সকীয়াই দিয়ে ট্ৰাম্পে।

 তেওঁ পোনপটীয়াকৈ কয়, ‘প্ৰয়োজন হ’লে আমি হৰমুজ প্ৰণালী দখল কৰিম। ইৰাণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছেও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে কয়, ‘আমি আমেৰিকা আৰু ইজৰাইলক এই অঞ্চলৰ পৰা এক লিটাৰ তেলও ল’বলৈ নিদিওঁ।’

অৱশ্যে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পে আৰব আৰু ইউৰোপীয় দেশসমূহক হৰমুজৰ মাজেৰে তেল টেংকাৰ লৈ যাবলৈ অনুমতি দিছে। কিন্তু এটা চৰ্তত। তেওঁলোকে কয়, যদি আৰব আৰু ইউৰোপীয় দেশসমূহে আমেৰিকা আৰু ইজৰাইলৰ ৰাষ্ট্ৰদূতক বহিষ্কাৰ কৰে, তেন্তে তেওঁলোকে হৰমুজৰ মাজেৰে মুক্তভাৱে তেল টেংকাৰ লৈ যাব পাৰিব। কোনো ধৰণৰ বাধা দিয়া নহয়।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

July 18, 2026 12:49 pm
মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

July 18, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd