• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইৰানৰ লক্ষ্য এইবাৰ গুগল, মাইক্ৰ’ছফ্ট, আমাজন; বিশ্বজুৰি এক বৃহৎ সংকটৰ আশংকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2026 7:57 am
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কেইদিনমানৰ পৰা মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধখনে বিপদজনক ৰূপ ধাৰণ কৰিবলৈ ওলাইছে। কেৱল সামৰিক ঘাটিকে নহয়, প্ৰযুক্তি আৰু ডিজিটেল আন্তঃগাঁথনিকো লক্ষ্য কৰি লোৱা হৈছে। ইৰাণৰ মিডিয়া নেটৱৰ্ক তাছনিম নিউজে শেহতীয়াকৈ প্ৰকাশ কৰিছে এখন তালিকা। ইয়াত কোৱা হৈছে যে আমেৰিকাৰ আই টি কোম্পানীসমূহৰ কাৰ্যালয় আৰু গাঁথনিসমূহ সম্ভাৱ্য লক্ষ্য হিচাপে তালিকাভুক্ত কৰা হৈছে।

এই তালিকাত গুগল, মাইক্ৰ’ছফ্ট, আমাজন, এনভিডিয়া, আই বি এম, অৰেকল আৰু পলাণ্টিৰ টেকন’লজিছৰ দৰে কোম্পানী অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিবেদন অনুসৰি ইৰানে দাবী কৰিছে যে এই কোম্পানীসমূহ আমেৰিকা আৰু ইজৰাইলৰ সামৰিক প্ৰযুক্তিৰ সৈতে জড়িত আৰু সেয়েহে যুদ্ধৰ ক্ষেত্ৰত ইয়াক বৈধ লক্ষ্যবস্তু হিচাপে গণ্য কৰিব পাৰি।

Apply Now

মধ্যপ্ৰাচ্যৰ এই কোম্পানীসমূহৰ বহু গুৰুত্বপূৰ্ণ কাৰ্যালয় আৰু ডাটা চেণ্টাৰো ইৰাণৰ তদন্তৰ আওতালৈ আহিছে। গুগলৰ কাৰ্যালয় ডুবাই আৰু কাটাৰত থকাৰ বিপৰীতে মাইক্ৰ’ছফ্টৰ ক্লাউড আন্তঃগাঁথনি আৰু আঞ্চলিক মুখ্য কাৰ্যালয়ও এই অঞ্চলত অৱস্থিত। সংযুক্ত আৰব আমিৰশ্বাহী আৰু বাহৰেইনত আমাজনৰ কেইবাটাও বৃহৎ ক্লাউড ডাটা চেণ্টাৰ আছে।

দৰাচলতে এই যুদ্ধত প্ৰথমবাৰৰ বাবে ডিজিটেল জগতৰ আন্তঃগাঁথনি প্ৰত্যক্ষ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। অতি শেহতীয়াকৈ ২০২৬ চনৰ ১ মাৰ্চত ইৰাণৰ ড্ৰ’ন আক্ৰমণে আমাজন ৱেব চাৰ্ভিচেছৰ কেইবাটাও ডাটা চেণ্টাৰত প্ৰভাৱ পেলাইছিল। এই আক্ৰমণৰ ফলত সংযুক্ত আৰব আমিৰশ্বাহী আৰু বাহৰেইনৰ ক্লাউড আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহুতো অনলাইন সেৱাত ব্যাঘাত জন্মে।

প্ৰতিবেদনসমূহে ইংগিত দিয়ে যে এই আক্ৰমণৰ ফলত ক্লাউড সেৱা যেনে ষ্ট’ৰেজ, ডাটাবেছ আৰু কম্পিউটিং প্লেটফৰ্মত ব্যাঘাত জন্মিছে, যিয়ে বহু কোম্পানী আৰু প্ৰতিষ্ঠানৰ ডিজিটেল সেৱাত প্ৰভাৱ পেলাইছে। আনকি বেংকিং আৰু স্বাস্থ্যসেৱা খণ্ডৰ সৈতে জড়িত পৰিসেৱাসমূহতো প্ৰভাৱ পেলাইছে । বিশেষজ্ঞসকলৰ মতে এতিয়া কেৱল সেনা বা অস্ত্ৰ-শস্ত্ৰৰ মাজতেই নহয়, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত গাঁথনিকো লক্ষ্য কৰি যুদ্ধ কৰিব পৰা যায়।

ভৱিষ্যতে এই স্থানসমূহত আক্ৰমণ হ’ব পাৰে বুলি আশংকা কৰি ইৰাণে নিজৰ নাগৰিকসকলক বেংক আৰু প্ৰধান প্ৰযুক্তি কোম্পানীসমূহৰ কাৰ্যালয়ৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিছে।

মধ্যপ্ৰাচ্যত চলি থকা সংঘাতে ইতিমধ্যে বিশ্বৰ ইন্ধনৰ বজাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰভাৱ পেলাইছে। যদিহে প্ৰযুক্তি কোম্পানীসমূহৰ ডাটা চেণ্টাৰ আৰু ডিজিটেল আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ বৃদ্ধি পায়, তেন্তে ইয়াৰ প্ৰভাৱ কেৱল আঞ্চলিকভাৱেই নহয়, বিশ্বজুৰি ইণ্টাৰনেট আৰু ক্লাউড সেৱাতো পৰিব পাৰে।

বিশেষজ্ঞসকলে লগতে কয় যে এইটো সম্ভৱতঃ আধুনিক যুদ্ধৰ এক নতুন ৰূপ, য’ত শত্ৰু দেশৰ সামৰিক বাহিনীক লক্ষ্য কৰি নহয়, ইয়াৰ প্ৰযুক্তিগত মেৰুদণ্ড অৰ্থাৎ ডাটা চেণ্টাৰ, ক্লাউড নেটৱৰ্ক আৰু ডিজিটেল চিষ্টেমক লক্ষ্য কৰি ইয়াক দুৰ্বল কৰাৰ প্ৰয়াস কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am
পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

July 18, 2026 7:03 am
সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd