• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ছাদৰ ওপৰত অন্তৰংগ চুম্বন; গ্ৰেপ্তাৰ জনপ্ৰিয় পাৰ্ক’ৰ এথলেট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 24, 2020 8:20 am

1 min read

kiss
1.2k
VIEWS
Share on FacebookShare on Twitter

ইৰানৰ জনপ্ৰিয় পাৰ্ক’ৰ এথলেট আলিৰেজা জাপালাঘি আৰু তেওঁৰ ষ্টান্ট সহযোগীক তেহৰানৰ চাইবাৰ আৰক্ষীয়ে ‘অশালীন কাৰ্য’ৰ বাবে গ্ৰেপ্তাৰ কৰিছে।

যুটীটোৱে ছাদৰ ওপৰত অন্তৰংগ চুম্বনৰ এখন ফটো ছচিয়েল মিডিয়াত প’ষ্ট কৰাৰ পাছতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।

বাতৰি অনুসৰি, তেহৰান আৰক্ষীয়ে জানিবলৈ দিয়া মতে তেওঁলোকৰ‘ৰীতি তথা শ্বাৰিয়া আইন বিৰুদ্ধ অপৰম্পৰাগত পদক্ষেপ’ৰ বাবেই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।

এই কাৰ্যই লগতে ইৰানৰ কঠোৰ আইনৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত এক সমালোচনাৰো জোৱাৰ তুলিছে।

আন একাংশ য়ুজাৰে আঙুলিয়াই দিয়ে যে আলিৰেজা জাপালাঘিয়ে এনেধৰণৰ ফটো আগতেও প’ষ্ট কৰিছিল যদিও তেওঁক এইবাৰ আন কাৰণেহে গ্ৰেপ্তাৰ কৰা হৈছে।

বাতৰি অনুসৰি, আলিৰেজাই এন্টি-নাৰ্’টিকছ বিভাগৰ এগৰাকী আৰক্ষী বিষয়া তেওঁৰ পিতৃ অন্তৰ্ধান হোৱা আৰু কৰ্তৃপক্ষই গোচৰটোৰ তদন্ত কৰাত ব্যৰ্থ হোৱাৰ সন্দৰ্ভত প্ৰশ্ন তুলিছিল।

Recent News

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd