• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰে’লত নিম্নমানৰ খাদ্য যোগান: আই আৰ চি টি চিৰ সেৱা প্ৰদানকাৰীক ৫ কোটিৰো অধিক টকাৰ জৰিমনা

বিগত তিনি বছৰত ৰে’লত পৰিৱেশন কৰা খাদ্যৰ নিম্ন মানদণ্ড আৰু পেণ্ট্ৰী কাৰৰ অপৰিষ্কাৰ পৰিৱেশক লৈ উত্থাপিত কেইবাটাও অভিযোগৰ তদন্তৰ অন্তত সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক ৫.১৩ কোটি টকাৰ জৰিমনা বিহা হৈছে। ৰাজ্যসভাত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এক লিখিত উত্তৰত এই কথা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2026 7:14 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত তিনি বছৰত ৰে’লত পৰিৱেশন কৰা খাদ্যৰ নিম্ন মানদণ্ড আৰু পেণ্ট্ৰী কাৰৰ অপৰিষ্কাৰ পৰিৱেশক লৈ উত্থাপিত কেইবাটাও অভিযোগৰ তদন্তৰ অন্তত সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক ৫.১৩ কোটি টকাৰ জৰিমনা বিহা হৈছে। ৰাজ্যসভাত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এক লিখিত উত্তৰত এই কথা প্ৰকাশ কৰিছে।

Apply Now

প্ৰিমিয়াম আৰু এক্সপ্ৰেছ ৰে’লসমূহত পৰিৱেশন কৰা খাদ্যৰ মানদণ্ডক লৈ কংগ্ৰেছ সাংসদ চন্দ্ৰকান্ত হান্দোৰেই ৰাজ্যসভাত এক প্ৰশ্ন উত্থাপন কৰিছিল। বিগত তিনি বছৰত ৰাজ্য আৰু জিলাভিত্তিত ৰে’লৰ নিম্নমানৰ খাদ্য, অপৰিষ্কাৰ পেণ্ট্ৰী কাৰ আৰু আতিথ্যৰ অভাৱ সন্দৰ্ভত কিমান অভিযোগ পোৱা গৈছে বুলি তেওঁ প্ৰশ্ন কৰিছিল। ইয়াৰ লগতে, গ্ৰাহকৰ পৰা অতিৰিক্ত ধন সংগ্ৰহ কৰা, নিম্নমানৰ খাদ্য যোগান ধৰা বা নিৰ্ধাৰিত পৰিমাণতকৈ কম খাদ্য দিয়াৰ অপৰাধত দোষী সাব্যস্ত হোৱা আই আৰ চি টি চিৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কি আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেই বিষয়েও সাংসদগৰাকীয়ে জানিবলৈ বিচাৰিছিল।

এই প্ৰশ্নৰ উত্তৰত ৰে’লমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় ৰেলৱেই প্ৰতি বছৰে গড়ে প্ৰায় ৫৮ কোটি আহাৰ পৰিৱেশন কৰে আৰু ইয়াৰ ভিতৰত গড়ে মাত্ৰ ০.০০০৮ শতাংশ অভিযোগহে লাভ কৰা হয়। বিগত তিনি বছৰত এই অভিযোগসমূহৰ তদন্তৰ অন্তত দোষী প্ৰতিষ্ঠানসমূহক ৫.১৩ কোটি টকা জৰিমনা বিহা হৈছে বুলি তেওঁ উল্লেখ কৰে। ৰেলযাত্ৰীসকলক নিৰ্ধাৰিত মানদণ্ড অনুসৰি উন্নত আৰু স্বাস্থ্যসন্মত খাদ্য যোগান ধৰিবলৈ ভাৰতীয় ৰেলৱে সদায় প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এইক্ষেত্ৰত সময়ে সময়ে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হয়।

খাদ্যৰ মানদণ্ড, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুৰক্ষা উন্নত কৰাৰ বাবে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। ইয়াৰ ভিতৰত নিৰ্ধাৰিত ‘বেচ কিটচেন’ বা মূল পাকঘৰৰ পৰা খাদ্য যোগান ধৰা, নিৰ্দিষ্ট স্থানত অত্যাধুনিক পাকঘৰ মুকলি কৰা আৰু খাদ্য প্ৰস্তুতকৰণৰ পোনপটীয়া নিৰীক্ষণৰ বাবে পাকঘৰত চিচিটিভি কেমেৰা স্থাপন কৰা আদি অন্যতম।

তদুপৰি, ৰে’লত ডিজিটেল লেনদেন আৰু ইলেক্ট্ৰনিক বিলিং ব্যৱস্থা প্ৰসাৰৰ বাবে পেণ্ট্ৰী কাৰসমূহত পইণ্ট অৱ চেল মেচিন স্থাপন কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। যাত্ৰীৰ সুবিধাৰ্থে পেণ্ট্ৰী কাৰসমূহত ইউপিআই, কিউআৰ ক’ড আৰু স্বাইপ মেচিনৰ দৰে একাধিক ডিজিটেল পেমেণ্টৰ সুবিধাও উপলব্ধ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd