DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় ৰে’লৰ ‘সোণালী ৰথ’ত ভ্ৰমণৰ অভিলাষ আছে নেকি? চাই লওক কিমান ভাড়া!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2021 4:44 pm
WhatsApp Image 2021-03-17 at 3.53.50 PM

'গ'ল্ডেন চেৰিয়ট ট্ৰেইন'।

354
VIEWS
Share on FacebookShare on Twitter

ৰে’লৰ ডবা নহয় যেন সাইলাখ পঞ্চতাৰকা হোটেলৰ বিলাসী কক্ষহে।বিলাসী আচবাব, ডাইনিং কাৰ, স্পা-কে ধৰি কি নাই ইয়াত!

ভাৰতীয় ৰে’লৰ এই বিশেষ গৌৰৱ ‘গ’ল্ডেন চেৰিয়ট ট্ৰইন’লৈ আপোনাক স্বাগতম। কিন্তু মন কৰিলেই ছন বোলা কথাটোৰ ইয়াত সিমান অৰ্থ নাই। পকেটত অৰ্থ থাকিলেহে ইয়াৰ ভিতৰত প্ৰৱেশৰ সম্ভাৱনা আছে।

বিগত বহুদিন ধৰি বন্ধ থকাৰ পাছত ১৪ মাৰ্চত বেংগালুৰুৰ যশৱন্তপুৰৰ ষ্টেশ্যনৰ পৰা ৰে’লখনে পুনৰ যাত্ৰা আৰম্ভ কৰিছে।

ছয় নিশা আৰু সাত দিনৰ এই যাত্ৰাত পৰ্যটকসকলে দক্ষিণ ভাৰতৰ বহু আকৰ্ষণীয় স্থান ভ্ৰমণৰ সুযোগ পাব। ২০০৮ চনত ৰে’লখনৰ পৰিচালনাৰ দায়িত্বত আছিল কৰ্ণাটকৰ ৰাজ্যিক পৰ্যটন উন্নয়ন নিগমৰ হাতত। পাছত ৰে’লখনৰ পৰিচালনাৰ দায়িত্ব লয় আই আৰ চি টি চিয়ে।

যশৱন্তপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি ৰে’লখনে বান্দীপুৰ নেশ্যনেল পাৰ্ক, মহীশূৰ, হ্যালেবিদু, চিকমাংগালোৰ, হাম্পি হৈ পুনৰ বেংগালুৰুলৈ উভতিব।

ৰে’লখনত ভ্ৰমণৰ দুটা পেকেজ আছে। যদি ৭দিনৰ পেকেজ লয় তেতিয়াহ’লে ৩দিনৰ পেকেজত যাব পাৰিব। এই পেকেজত বেংগালুৰুৰ পৰা মহীশূৰ, হাম্পি, মহাবলীপুৰম ভ্ৰমম কৰিব পাৰিব।

কিন্তু এই ৰে’লত ভ্ৰমণৰ বাবে ভাড়া কিমান? যদি অকলে ভ্ৰমণ কৰিব বিচাৰে তেনেহ’লে প্ৰতি নিশা ৯৩,৩৭২টকা দিব লাগিব। এইদৰে ৭দিনৰ পেকেজত ভাড়া হ’ব প্ৰায় ৫লাখ ৬০ হাজাৰ টকা।

এই সোণালী ৰথৰ যাত্ৰাৰ বাবে সৱিশেষ জানিবলৈ তথা বুকিঙৰ বাবে অফিচিয়েল ৱেবছাইট www.goldenchariot.org ত লগ ইন কৰি চাব পাৰিব।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd