• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্দনা দেউৰী ডিআৰআইৰ গুৱাহাটী মাণ্ডলিক গোটৰ এডিজিৰ দায়িত্বত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2018 1:58 pm
t-3-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া বন্দনা দেউৰীক ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ গুৱাহাটী মাণ্ডলিক গোটৰ অতিৰিক্ত সঞ্চালক প্ৰধানৰ দায়িত্বভাৰ প্ৰদান কৰা হৈছে। দেউৰীক  ২৯ অক্টোবৰ সোমবাৰে এই দায়িত্ব দিয়া হৈছে।

দেউৰীয়ে গুৱাহাটী মাণ্ডলিক গোটৰ পূৰ্বৰ অতিৰিক্ত সঞ্চালক প্ৰধান, আৰতীয় ৰাজহ সেৱাৰ বিষয়া দীপাংকৰ আৰণৰ পৰা দায়িত্বভাৰ সমজি লয়। দীপাংকৰ আৰণ কলকাতা মাণ্ডলিক গোটৰ দায়িত্বৰ উপৰিও একে সময়তে গুৱাহাটী মাণ্ডলিক গোটৰ দায়িত্বভাৰো সম্ভালি আছিল।

Apply Now

উল্লেখ্য যে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে বিগত কেই বছৰ মানত উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰি আছে। সঞ্চালকালয়ৰ প্ৰভাৱতেই এলেকাটোত চোৰাং কাৰবাৰ আৰু ড্ৰাগছ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত ইতিবাচক ফল লাভ কৰা গৈছে বুলি এক চৰকাৰী সংবাদ বিজ্ঞপ্তিত প্ৰকাশ।

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে উত্তৰ-পূৰ্বাঞ্চলত  ইয়াৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ বাবে  ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ কলকাতা মাণ্ডলিক গোটৰ পৰা কাটি আনি গুৱাহাটী গোটটো গঠন কৰা হৈছে।

শেহতীয়াভাৱে ইয়াৰ এক্তিয়াৰৰ অন্তৰ্ভুক্ত আঞ্চলিক আৰু উপ-আঞ্চলিক গোটসমূহলৈ গুৱাহাটী গোটটোক এটা মাণ্ডলিক গোটলৈ উন্নীত কৰা হৈছে। ইয়াৰ উপ-মাণ্ডলিক কাৰ্যালয়সমূহ ইটানগৰ, ডিমাপুৰ, শ্বিলং, আগৰতলা, আইজল, ইম্ফল আৰু শিলচৰকেধৰি  উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন গুৰুত্বপূৰ্ণ মহানগৰ আৰু চহৰত স্থাপন কৰা হৈছে।

সংবাদ বিজ্ঞপ্তিটোত আৰু কোৱা হৈছে যে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ উত্তৰ-পূৰ্বাঞ্চলীয় গোটসমূহে শেহতীয়াভাৱে সোণ, নিচাযুক্ত ঔষধ, বন্যপ্ৰাণী, বৈদ্যুতিন সামগ্ৰী আদিকে ধৰি চোৰাংভাৱে সৰাবৰাহ কৰা বিভিন্ন সামগ্ৰী ধৰা পেলাই প্ৰায় ৩০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm
অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

September 22, 2026 11:46 am
ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

September 22, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd