DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজকীয় অভিষেক! ভাৰতীয় ক্ৰিকেটৰ নৱাগত এই তাৰকাৰ কীৰ্তি চাওক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2021 3:03 pm
Ishan Kishan

ইশান কিষান।

313
VIEWS
Share on FacebookShare on Twitter

ৰাজকীয় অভিষেক বুলি ক’লে কিজানি বৰ বেছিকৈ কোৱা নহ’ব। ভাৰতীয় ক্ৰিকেট দলৰ নৱাগত তাৰকাৰ নাম হৈছে ইশান কিষান।

অভিষেক মেচতেই নিজকে উজলাই তোলাটো এগৰাকী ক্ৰিকেটাৰৰ বাবে সহজ কথা নহয়। নিজৰ সপোন পূৰণৰ লগে লগে আন্তৰ্জাতিক মেচ খেলাৰ চাপো থাকে। সফল হ’ব নোৱাৰিলে কেৰিয়াৰলৈ শংকাও নামি অহাৰ সম্ভাৱনা আছে।

কিন্তু আইপিএলত খেলা ভাৰতীয় ক্ৰিকেটাৰসকল যেন ভিতৰি পকি উঠা একো একোজন নিপুন যুঁজাৰু। ইয়াৰ উৎকৃষ্ট উদাহৰণ হ’ল ইষান কিষান।

দেওবাৰে আহমেদাবাদত দ্বিতীয়খন টী-২০মেচত ইংলেণ্ডে ভাৰতৰ সন্মুখত ১৬৪ৰাণৰ লক্ষ্য বান্ধি দিয়ে। ভাৰতে ১৬৫ৰাণৰ লক্ষ্য অনুসৰণ কৰি প্ৰথমতেই ৰাণ কৰাৰ পূৰ্বে ফেভলিয়নলৈ উভতে অপেনাৰ লোকেশ ৰাহুল।

কিন্তু মুম্বাই ইণ্ডিয়ানছৰ হৈ আইপিএল খেলা ইষান কিষান ইংলেণ্ডৰ বলাৰসকলৰ ওপৰত আক্ৰমণাত্মক হৈ পৰে। ৩২ বলত ৫৬ৰাণৰ এক দৰ্শণীয় ইংনিছ খেলে নৱাগত তৰুণ প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকীয়ে।

ৰছিদৰ বলত এল বি ডব্লিউ আউট হোৱাৰ পূৰ্বে তেওঁ ইনিংছত মুঠতে পাঁচটা চাৰি আৰু চাৰিটা ছয় কোবায়।

ইষান কিষানে এই ইনিংছৰ সহায়ত ভাৰতীয় ক্ৰিকেটৰ এলিট তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অভিষেক মেচতেই শ্ৰেষ্ঠত্ব অৰ্জনৰ ক্ষেত্ৰত চতুৰ্থগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হৈ পৰে ইশান।

ভাৰতীয় ক্ৰিকেটাৰৰ এই এলিটা তালিকাত স্থান লাভ কৰা চাৰিগৰাকী ক্ৰিকেটাৰ হ’লঃ-

১) ২০১৩ চনত জিম্বাবৱেৰ বিৰুদ্ধে –মোহিত শৰ্মা।

২) ২০১৮ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে –পৃথ্বী শ্ব।

৩) ২০১৯ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে-নৱদীপ ছাইনী।

৪) ২০২১ চনত ইংলেণ্ডৰ বিৰুদ্ধে ইশান কিষান।

Recent News

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

গুৱাহাটীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: দোষ নাই স্কুল বাছ চালকৰ! দুৰ্ঘটনাৰ বাবে দোষী হ’ব চৰকাৰ?

গুৱাহাটীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: দোষ নাই স্কুল বাছ চালকৰ! দুৰ্ঘটনাৰ বাবে দোষী হ’ব চৰকাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd