• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজিৰ পৰা ISL; ক’ৰ’নাৰ বাবে সলাই পেলোৱা হ’ল ফুটবলৰ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম

এন ই নাও নিউজ by এন ই নাও নিউজ
November 20, 2020 9:06 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছে সৃষ্টি কৰা ভয়-শংকা আৰু ইয়াৰ মহাসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন নীতি-নিয়ম তথা সাৱধানতাৰে আজিৰ পৰা গোৱাত অনুষ্ঠিত হ’ব ইণ্ডিয়ান ছুপাৰ লীগ অৰ্থাৎ আই এছ এল।

আজিৰ পৰা আৰম্ভ হ’বলগীয়া সপ্তম সংস্কৰণটিত কেৱল প্ৰতিযোগিতাৰ পৰিবেশ সলনি হোৱাই নহয় ফুটবলৰ কিছু গুৰুত্বপূৰ্ণ নিয়মো সলনি হৈছে।

Apply Now

মেচত সলনি হোৱা ফুটবল খেলুৱৈৰ সংখ্যা, ডাগ আউটত ৰিজাৰ্ভ ফুটবলৰ উপস্থিতি ইত্যাদিৰ নিয়ম সলনি হোৱাৰ লগতে প্ৰতিযোগিতাত মেচৰ সংখ্যাও বৃদ্ধি পাইছে।

যিহেতু গোৱাৰ তিনিখন ষ্টেডিয়ামত সকলো মেচ খেলা হ’ব, সেয়ে দল সমূহৰ বাবে হোম আৰু এৱে মেচৰ কথাটো অপ্ৰাসংগিক হৈ পৰিছে। ষ্টেডিয়ামত দৰ্শকৰ প্ৰৱেশ শূণ্য।

কিন্তু এইবাৰ তিনিজনৰ পৰিৱৰ্তে পাঁচজন খেলুৱৈক চাবষ্টিটিউট প্লেয়াৰ হিচাপে খেলপথাৰত নমাব পাৰিব। কিন্তু কোনো দলে হাফ টাইমৰ আগত পাঁচজন খেলুৱৈক নমাব নোৱাৰে।

ইফালে ডাগআউটত ৭ জনৰ পৰিৱৰ্তে ৯ জন ৰিজাৰ্ভ ফুটবলাৰ ৰাখিব পাৰিব।

উল্লেখ্য যে যোৱা বছৰ আই এছ এলত মুঠ ৯৫ খন মেচ খেলা হৈছিল। কিন্তু এইবাৰ ১০ টা দলৰ সলনি ১১ টা দলে টুৰ্ণামেণ্টত অংশ ল’ব। সেয়ে প্ৰতিযোগিতাত ২০খন অতিৰিক্ত মেচৰ বাবে মুঠ সংখ্যা ১১৫ খনলৈ বৃদ্ধি পাব।

আনহাতে দলত ৫ৰ পৰা ৭ জন বিদেশী ফুটবলাৰ থাকিব। ইয়াৰে পাঁচজনক ফিল্ডত নমাব পাৰিব। বিদেশীৰ ভিতৰত এজন দেশী এছিয়ান প্লেয়াৰ হ’ব লাগিব।

দেশৰ আটাইতকৈ জনপ্ৰিয় ফুটবল টুৰ্ণামেণ্টখন কেৰালা ব্লাষ্টাৰ্ছ এফ চি আৰু এ টি কে মোহন বাগানৰ মেচেৰে শুভাৰম্ভণি হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

September 22, 2026 8:07 am
কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

September 22, 2026 7:44 am
তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

September 22, 2026 8:07 am
কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

September 22, 2026 7:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd