DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লী ডাইনামোজৰ বিৰুদ্ধে আজি গুৰুত্বপূৰ্ণ যুঁজত নামিব নৰ্থ-ইষ্ট য়ুনাইটেড

এন ই নাও নিউজ by এন ই নাও নিউজ
February 7, 2019 9:10 am
North East United Coach_Player

নৰ্থ-ইষ্ট য়ুনাইটেডৰ মুখ্য প্ৰশিক্ষক এলকো স্কেটৰি (সোঁফালে) আৰু অধিনায়ক বাৰ্থলমেউ অগবেছেই।

8k
VIEWS
Share on FacebookShare on Twitter

চলিত পঞ্চম হিৰো ইণ্ডিয়ান ছুপাৰ লীগ ফুটবলৰ প্রতিযোগিতাৰ আজি গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’বলগীয়া এখন গুৰুত্বপূৰ্ণ খেলত নৰ্থ-ইষ্ট য়ুনাইটেডে দিল্লী ডাইনামোজৰ বিৰুদ্ধে মুখামুখি হ’ব।

উল্লেখযোগ্য যে আজিৰ মেচত ৩ পইণ্ট অৰ্জন কৰিব পাৰিলেহে নৰ্থ-ইষ্ট য়ুনাইটেডে প্লে-অফলৈ যোগ্যতা অৰ্জন কৰিব পাৰিব। এই পৰ্যন্ত দলটোৱে ১৪ মেচত ২৩ পইণ্ট সংগ্ৰহ কৰিছে।

ইয়াৰ পূৰ্বে দলটোৱে নিজৰ অন্তিমখন খেলত বেংগালুৰু এফ চিৰ বিৰুদ্ধে পৰাস্ত হ’ব লগীয়া হৈছিল। আনহাতে দিল্লীৰ দলটোৰ বিৰুদ্ধে নৰ্থ-ইষ্টৰ এয়া দ্বিতীয় লীগৰ মেচ, ইয়াৰ আগৰ মেচখনত দিল্লী ডাইনামোজক নৰ্থ-ইষ্ট য়ুনাইটেডে ২-০ গ’লত পৰাস্ত কৰিছিল।

দিল্লীৰ দলটো প্লে-অফৰ পৰা বাহিৰ হোৱাটো ইতিমধ্যে প্ৰায় নিশ্চিত হৈছে। সেয়ে তেওঁলোকে আজিৰ মেচত চাপমুক্ত হৈ খেলিব পাৰিব বুলি মন্তব্য কৰি নৰ্থ-ইষ্ট য়ুনাইটেডৰ প্ৰশিক্ষক এলকো স্কেট’ৰিয়ে কয় যে চাপমুক্ত হৈ খেলা আৰু এক নিৰ্দিষ্ট লক্ষ্য লৈ খেলাৰ মাজত যথেষ্ট পাৰ্থক্য আছে।

দিল্লীৰ দলটোৰ বিৰুদ্ধে জয়ী হ’বলৈ নৰ্থ-ইষ্ট য়ুনাইটেডে খেলৰ আৰম্ভনিৰ পৰাই আক্ৰমণাত্মকভাৱে খেলিব লাগিব বুলিও প্ৰশিক্ষক গৰাকীয়ে কয়।

Recent News

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Independence Day

ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ দুটা ভাষণ

AASU Chitta Basumatary

প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুক: কি আছে এই কবিতাত!

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd