DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাৰ ছেকেণ্ড ৱেভ আৰম্ভ! ইজৰাইলে পুনৰ ঘোষণা কৰিলে সম্পূৰ্ণ লকডাউন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2020 10:47 am
WhatsApp Image 2020-09-14 at 10.27.06 AM

ইজৰাইলৰ প্ৰধান মন্ত্ৰী বেঞ্জামিন নেতান্যাহু।

5.3k
VIEWS
Share on FacebookShare on Twitter

কৰ’নাৰ ছেকেণ্ড ৱেভ যে আহিব পাৰে সেয়া পূৰ্বেই সতৰ্ক কৰি দিয়া হৈছিল। তদুপৰি, লকডাউন প্ৰত্যাহাৰ হ’লেই পুনৰ সংক্ৰমণ বিয়পিব পাৰে বুলি বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছিল।

লকডাউন প্ৰত্যাহাৰৰ পাছত ইজৰাইলত নতুনকৈ আৰম্ভ হৈছে সংক্ৰমণ। দেশখনত নতুনকৈ বহুলোক আক্ৰান্ত হৈছে।

সেয়েহে, ইজৰাইলৰ প্ৰধান মন্ত্ৰী নেতান্যাহুৱে দেশখনত নতুনকৈ পুনৰ লকডাউন ঘোষণা কৰিছে।

প্ৰধান মন্ত্ৰীগৰাকীয়ে গোটেই দেশজুৰি লকডাউনৰ কথা ঘোষণা কৰিছে।

পৰৱৰ্তী তিনি সপ্তাহৰ বাবে দেশজুৰি লকডাউন ঘোষণা কৰি স্থানীয় প্ৰশাসনক লকডাউন পালনৰ ক্ষেত্ৰত কঠোৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে।

প্ৰধান মন্ত্ৰী নেতান্যাহুৱে আগন্তুক তিনি সপ্তাহ দেশৰ সকলো নাগৰিককে ঘৰৰ বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান জনাইছে।

কৰ’না নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দেশখনে এইবাৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দি দেশৰ নাগৰিকসকলক চৰকাৰৰ ফালৰ পৰা সতৰ্ক কৰি দিয়া হৈছে।

Tags: COVID-19

Recent News

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd