• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“সমগ্ৰ গাজা চহৰ ঘেৰি ধৰাৰ” দাবী ইজৰাইলী সেনাৰ; মৃতৰ সংখ্যা ৯ হাজাৰলৈ বৃদ্ধি

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
November 3, 2023 1:11 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলৰ সেনাই দাবী কৰিছে যে গাজা চহৰক ঘেৰি পেলোৱা হৈছে। ইয়াৰ উপৰিও গাজাত আবদ্ধ হৈ থকা পণবন্দীসকলক সহায় কৰিবলৈ গাজাৰ আকাশত ড্ৰোন উৰুৱাইছে আমেৰিকাই।

ইতিমধ্যে জনা গৈছে যে ইজৰাইলী সেনাই পশ্চিম পাৰৰ শৰণাৰ্থী শিবিৰত হামাছৰ উগ্ৰপন্থীৰ সৈতেও গুলীয়াগুলি আৰম্ভ কৰিছে। গাজাত হামাছৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে ইজৰাইলৰ চাৰিজন সেনা জোৱানৰ মৃত্যু ঘটিছে।

উল্লেখ্য যে ২৭ অক্টোবৰৰ পৰা ইজৰাইলে গাজাৰ ভূখণ্ডত অভিযান চলাই আহিছে। ইয়াৰ পূৰ্বেও গাজাৰ উত্তৰ অংশত কেইবাটাও উগ্ৰপন্থী ঘাটিত আক্ৰমণ কৰা হৈছে। শুকুৰবাৰে ইজৰাইল সেনাৰ মুখপাত্ৰ ডেনিয়েল হাগাৰীয়ে কয় যে গাজা চহৰ সম্পূৰ্ণৰূপে ইজৰাইল সেনাই ঘেৰি ধৰিছে।

Apply Now

লগতে পঢ়কঃ আমেৰিকাত ধৰা পৰিছে দেশখনত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ যোৱা কমেও ৯৭০০০ ভাৰতীয়

সদ্যহতে যুদ্ধবিৰতিৰ কোনো উল্লেখ কৰা হোৱা নাই। প্ৰসংগক্ৰমে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাউডেনে জনায় যে কিছুমান বিশেষ অঞ্চলত যুদ্ধবিৰতিৰ ব্যৱস্থা কৰিব পৰা যাব।

বাতৰি অনুসৰি, গাজাত ইজৰাইলৰ আক্ৰমণত নিহত লোকৰ সংখ্যা ৯ হাজাৰ অতিক্ৰম কৰিছে। ইফালে গাজাত বসবাস কৰা বিদেশী নাগৰিকে এই ভূখণ্ড এৰি পলায়ন কৰিছে। নৱেম্বৰৰ আৰম্ভণিৰ পৰাই ৰাফাহ হৈ গাজা সীমান্ত পাৰ হৈ আহিছে। এই পৰিস্থিতিৰ মাজতে গাজাৰ আকাশত আমেৰিকাৰ ড্ৰ’ন দেখা পোৱা গৈছে। আমেৰিকাই কয় যে গাজাত আবদ্ধ হৈ থকা পণবন্দীসকলক সাহায্য প্ৰদানৰ বাবে এই ড্ৰ’ন প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়কঃম্যানমাৰ সীমান্তত থকা চহৰৰ নিয়ন্ত্ৰণ হেৰুৱাইছে সামৰিক জুন্টা বাহিনীয়ে

আনহাতে, হামাছৰ সৈতে হোৱা যুদ্ধত আৰু চাৰিজন ইজৰাইলী সৈনিকৰ মৃত্যু হোৱা বুলি জনা যায়। ইতিমধ্যে ভাৰতীয় মূলৰ এজন জোৱানৰ মৃত্যুৰ খবৰো আহিছে। ইজৰাইলৰ আক্ৰমণৰ ফলত গাজাত কমেও ৯ হাজাৰ লোকৰ মৃত্যু হৈছে বুলি গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। আহত লোকৰ সংখ্যাই ৩২ হাজাৰ অতিক্ৰম কৰিছে।

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd