• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড১৯ আক্ৰান্ত ঠাইৰ পাচলি বন্ধ কৰাৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 4, 2020 8:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
কোভিড১৯ আক্ৰান্ত স্থানৰ পৰা শিৱসাগৰলৈ পাচলি সৰবৰাহ বন্ধ কৰিবলৈ ভাৰতীয় মজদুৰ সংঘৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।
দেশত এতিয়া ক’ৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছে। যাৰ বাবে আজিৰে পৰা সমগ্ৰ দেশতে তৃতীয় পৰ্যায়ৰ ল’কডাউন আৰম্ভ হৈছে।
দেশৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাসমুহত প্ৰশাসনে ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন কাৰ্য ব্যৱস্থা হাতত লৈছে। শিৱসাগৰ জিলাতো অন্য জিলাৰ পাচলি আমদানি কৰাত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও একাংশ ব্যক্তিয়ে ক’ৰ’না আক্ৰান্ত স্থানৰ পৰা পাচলি আনি জিলাখনত বিক্ৰী কৰি থকাৰ এক গুৰুত্ব অভিযোগ উঠিছে।
যাৰ বাবে আজি শিৱসাগৰত থলুৱা শাক পাচলি ক্ৰয় বিক্ৰয়ৰ সন্দৰ্ভত ভাৰতীয় মজদুৰ সংঘই শিৱসাগৰ জিলা উপায়ুক্তক বিষয়টো দৃষ্টি গোচৰ কৰাৰ লগতে এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
আজি ভাৰতীয় মজদুৰ সংঘৰ সভাপতি পাৰ্থ প্ৰদীপ বৰা আৰু সম্পাদক ভাস্কৰ দাসৰ স্বাক্ষৰিত এখন সন্মাৰক পত্ৰ শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈক প্ৰদান কৰে।
স্মাৰক পত্ৰত সংঘই উল্লেখ কৰে যে,  নামনি অসম আৰু মধ্য অসমৰ বহুকেইখন জিলা ইতিমধ্য কোভিড১৯ আক্ৰান্ত স্থান হিচাপে চৰকাৰে ঘোষণা কৰিছে। তেনে স্থানৰ পৰা এচাম দুষ্ট চক্ৰই পাচলি সৰবৰাহ কৰি আছে। এনে সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ সংঘই দাবী জনায়।
থলোৱা কৃষকৰ দ্বাৰা উৎপাদিত শাক পাচলিৰ পৰিৱৰ্তে জিলাখনৰ বিভিন্ন স্থানত আবতৰীয়া পাচলি বিক্ৰী কৰি থকা দেখিবলৈ পোৱা গৈছে। এই কাৰ্য অতি ভয়ানক বুলি সংঘই উল্লেখ কৰিছে।  নগৰত চুকে কোণে এনে পাচলি বিক্ৰেতাসকলৰ ওপৰত বিহিত ব্যৱস্থাৰ দাবী জনায়।
ল’কডাউনৰ পিছত শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰকে ধৰি জিলাখনৰ দাতিকাষৰীয়া বজাৰ সমুহত চালানি পাচলি বিক্ৰী সম্পূৰ্ণ বন্ধ কৰি কেৱল থলুৱাভাৱে উৎপাদিত পাচলি বিক্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।
শাক পাচলি কিনা বেচাৰ ক্ষেত্ৰত মধ্যভোগী অনা অসমীয়া ব্যৱসায়ীৰ হস্তক্ষেপ সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ লগতে শিৱসাগৰৰ পাচলি বজাৰখন অনা অসমীয়া ব্যৱসায়ীৰ কবলৰ পৰা আনি থলুৱা শিক্ষিত ব্যক্তিৰ হাতত গতাবৰ বাবে সুপৰিকল্পনা গ্ৰহণ কৰিবলৈ দাবী জনায়।
আনহাতে বছৰ বছৰ ধৰি ধান খেতি উৎপাদন বন্ধ হৈ থকা চৰকাৰী বাম পথাৰ সমু পাচলি উৎপাদলৰ পথাৰলৈ পৰিৱৰ্তন কৰিবলৈ প্ৰশাসনক অনুৰোধ জনায়।
ইয়াৰোপৰি কেন্দ্ৰীয় বজাৰ তথা আন আন বজাৰসমুহত পাইকাৰী ব্যৱসায়ীক পাইকাৰী ব্যৱসায় আৰু খুচুৰা ব্যৱসায়ী কেৱল খুচুৰা ব্যৱসায় কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰতীয় মজদুৰ সংঘই দাবী জনায়।
Apply Now
পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd