• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাগুনত ৫ চোৰাং কাঠ সৰবৰাহকাৰীসহ ডি আই গাড়ী আৰু কাঠ কটা মেচিন জব্দ

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , December 5, 2020 7:37 pm

1 min read

index.jpgkl
210
VIEWS
Share on FacebookShare on Twitter

ডিগবৈ বন সংমণ্ডলৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত দহ মাইল ৱাৰা গাঁৱত শুকুৰবাৰে পুৱতি নিশা বন বিভাগে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় পাঁচ চোৰাং কাঠ সৰবৰাহকাৰীৰ লগতে এটা হস্ত চালিত কাঠ কটা মেচিনসহ এখন কাঠভৰ্তি ডি আই গাড়ী।

ধৃত চোৰাং কাঠ বেপাৰীকেইজন ক্ৰমে জাগুন অঞ্চলৰ ৰাজা পেগু, সুভাষ চাঙ্কুৰাং, ৰাজ পেগু, ঔম প্ৰকাশ পাদুন আৰু দিলীপ পাদুন বুলি জাগুন আঞ্চলিক বন বিষয়া পদুম বৰপাত্ৰ গোঁ‌হাইয়ে জানিবলৈ দিয়ে।

এই অভিযান কালত প্ৰায় ২৫ চেফটি কাঠ জব্দ কৰা হয়। গ্ৰেপ্তাৰ কৰা চোৰাং বেপাৰী কেইজনক বন বিভাগে মাৰ্ঘেৰিটা ন্যায়িক আদালত হাজিৰ কৰি আজি ৰঙাঘৰলৈ প্ৰেৰণ কৰে।

দীৰ্ঘদিন ধৰি জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বিভিন্ন সংৰক্ষিত বনাঞ্চল সমূহত চলি থকা মূল্যবান গছ সমূহ একাংশ চোৰাং বেপাৰীয়ে ধাৰাবাহিক সৰবৰাহ কৰি অহাৰ সময়তে এইদৰে ৫ জন চোৰাং কাঠ সৰবৰাহকাৰী বন বিভাগে গ্ৰেপ্তাৰ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

অন্যহাতে জাগুন আঞ্চলিক বন বিষয়া পদুম বৰপাত্ৰ গোঁ‌হাইয়ে সংবাদ মাধ্যমৰ আগত আজি কয় যে বন ধ্বংসকাৰীৰ বিৰুদ্ধে বন বিভাগৰ ধাৰাবাহিক অভিযান অব্যাহত থাকিব।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd