• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অপূৰ্ব কাকতিৰ অপহৰণৰ লগত জড়িত থকাৰ সন্দেহত জাগুনৰ পৰা আলফা(স্বা)ৰ লিংকমেন আটক

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , November 24, 2018 9:40 pm

1 min read

অপূৰ্ব কাকতিৰ অপহৰণৰ লগত জড়িত থকাৰ সন্দেহত জাগুনৰ পৰা আলফা(স্বা)ৰ লিংকমেন আটক
401
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুনত আৰক্ষীয়ে আজি আলফা স্বাধীনৰ সৈতে জড়িত থকাৰ সন্দেহত এজন ব্যক্তিক আটক কৰে৷

প্ৰাপ্ত তথ্য মতে জাগুন আৰক্ষীয়ে আজি এক অভিযান চলাই জাগুনৰ ২ নং ফানেং গাঁৱৰ পৰা বাবু বসুমতাৰী নামৰ আলফা (স্বা)ৰ লিংকমেনজনক আটক কৰে।

আটকাধীন লিংকমেনটো শেহতীয়াকৈ জাগুনৰ এগৰাকী যুৱতী আৰু চন্দ্ৰ বুঢ়াগোহাঁই নামৰ যুৱকজনক আলফা (স্বা)ত যোগদান কৰোৱাত জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

লগতে যোৱা ১৯ নৱেম্বৰত জাগুনৰ এটা শিল ভঙা মিলৰ কৰ্মচাৰী অপূৰ্ব কাকতিৰ অপহৰণকাণ্ডটো জড়িত থকা বুলিও আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে জাগুন আৰক্ষীয়ে অধিক তথ্যৰ বাবে বাবু বসুমতাৰীক জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Recent News

BJP-AGP

বিজেপিয়ে কি গতি কইলে, কি মতি দিলে অগপক? গেৰুৱা দলে এইবাৰ নি:শেষ কৰিব আঞ্চলিকতাবাদ!

a Vprafulla-kumar-1140x570

‘কা’ৰ বিৰোধিতা কৰাৰ বাবেই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক অগপ নেতৃত্বৰ বিশ্বাসঘাতকতা!

AGP BJP CONGRESS

শাসক-বিৰোধী সকলোৰে নিমিলা অংক! কাক দিব কাক নিদিব দোধোৰ-মোধোৰ অৱস্থা

bhaba

বিজেপিৰ পৰিৰ্ৱতনৰ বতাহজাকে স্পৰ্শ নকৰিলে অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাৰ টিকলিপাৰাক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd