• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত কাৰাৰুদ্ধ পুত্ৰ অখিল গগৈৰ বিশাল নিৰ্বাচনী সমদলত অংশগ্রহণ ৮৪ বছৰীয়া মাতৃ প্ৰিয়দা গগৈৰ

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
March 25, 2021 12:49 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে শিৱসাগৰত দেখা গ’ল এক অনন্য দৃশ্য। ৰাইজৰ দলৰ সভাপতি কাৰাৰুদ্ধ অখিল গগৈৰ সমৰ্থনত  উলিওৱা বিশাল সমদলত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই মাতৃ প্ৰিয়দা গগৈয়ে।

১০ দিনীয়া নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰা এদিনৰ পূৰ্বে অৰ্থাৎ বুধবাৰে ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সমৰ্থনত বিশাল নিৰ্বাচনী সমদল উলিওৱা হয়।

Apply Now

উক্ত বিশাল নিৰ্বাচনী সমদলত বাৰ্ধক্যজনিত বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা অখিল গগৈৰ আশীৰ্ধোৰ মাতৃ প্ৰিয়দা গগৈয়ে খোলা জীপত উঠি সমষ্টিটো পৰিভ্ৰমণ কৰি অখিল গগৈৰ সমৰ্থকসকলক উৎসাহিত কৰি তোলাৰ লগতে ভোটাৰসকলক অখিল গগৈৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায়।

“মই মোৰ ল’ৰাটোৰ বাবে প্ৰচাৰ চলাইছো। মোৰ ল’ৰাটোক মুকলি হোৱা চাব বিচাৰো। মই জানো কেৱল জনতাই মোৰ ল’ৰাক জে’লৰ পৰা মুকলি কৰিব পাৰিব। নিৰ্বাচনত জিকিটোৱেই তেওঁ জে’লৰ পৰা ওলাই অহাৰ প্রথমটো পদক্ষেপ হ’ব।” অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে কয়।

Akhil Gogoi

ইফালে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই কয় যে বিভিন্ন বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত ৮৪ বছৰীয়া ‘মা’এ ৰাইজৰ স্নেহ আৰু আদৰৰ আহ্বান নেওচিব নোৱাৰি অখিল গগৈৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে।

“মা অতি সক্ৰিয় আৰু আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস। আজি পুৱাৰে পৰা সন্ধিয়ালৈকে শিৱসাগৰ চহৰৰ প্ৰতিটো পথতে পৰিভ্ৰমণ কৰি ভোটাৰক তেওঁৰ পুত্ৰৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায়। আমি ‘মা’ৰ উৎসাহ আৰু দৃঢ়তা দেখি আচৰিত হৈছো।” ভাস্ক’ ডি শইকীয়াই কয়।

বুধবাৰে ৰাইজৰ দলৰ উদ্যোগত শিৱসাগৰ বিধানসভাৰ সমষ্টিত অখিল গগৈৰ সমৰ্থনত উলিওৱা বিশাল নিৰ্বাচনী সমদলত হাজাৰ হাজাৰ সমৰ্থকে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে আজিৰ এই সমদলত দেশৰ বিশিষ্ট নেত্ৰী মেধা পাটকাৰেও অংশগ্ৰহণ কৰে। নমৰ্দা বচাওঁ আন্দোলনৰ বিশিষ্ট নেত্ৰীগৰাকীয়ে অখিল গগৈক অসমৰ দুৰ্নীতি বিৰোধীৰ একমাত্ৰ বলিষ্ঠ কণ্ঠ বুলি মন্তব্য কৰি অখিল গগৈৰ সপক্ষে ভোটাৰক ভোটদান কৰিবলৈ আহ্বান জনায়।

Tags: Assam Election
প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd