DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গো-সুৰক্ষা আইনক ভেঙুচালি! আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
January 10, 2022 12:24 pm
cattle thief 1.png kaliabor

ফটো: নৰ্থইষ্ট নাও।

96
VIEWS
Share on FacebookShare on Twitter

চৰকাৰৰ কঠোৰতাৰ বিপৰীতে সাতত্ৰিশ নম্বৰ ঘাইপথেৰে অব্যাহত আছে গৰুৰ  চোৰাং বেহা। চোৰাং বেপাৰীয়ে কৌশল সলনি কৰি গৰু সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিছে ন-ন কৌশল।

নিশা কলিয়াবৰৰ জখলাবন্ধাত সাতত্ৰিশ নম্বৰ ঘাইপথত অবৈধভাৱে গৰু সৰবৰাহ কৰা দুখন ট্ৰাক জব্দ কৰে জখলাবন্ধা আৰক্ষীয়ে। জব্দকৃত ট্ৰাক দুখনৰ পৰা উদ্ধাৰ কৰা হৈছে ৩১টাকৈ গৰু। অবৈধভাৱে গোধন সৰবৰাহত জড়িত চাৰিজনক আটক কৰা হৈছে।

বোকাখাটৰ বিহৰা আৰু চিন্তামণি গড়ৰ পৰা নথি বহিৰ্ভুতভাৱে গৰু খিনি কঢ়িয়াই আনিছিল ট্ৰাক দুখনত। জখলাবন্ধা আৰক্ষীয়ে গৰু ভৰ্তি AS 01 JC 1763 আৰু AS 02 CC 2918 নম্বৰৰ ট্ৰাক দুখন জব্দ কৰে।

লগতে পঢ়ক: ইন্দোৰৰ পৰা ছুল্লি ডীলছৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

গৰু সৰবৰাহত জড়িত চামগুৰিৰ ছৰিফুল ইছলাম, আবু হানিফা আৰু ৰূপহীহাটৰ হাকিম আলী আৰু ৰঞ্জন আলীক আটক কৰিছে জখলাবন্ধা আৰক্ষীয়ে। জব্দকৃত গৰু সমূহ ইতিমধ্যে নগাঁও গোশালালৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰা অনুসৰি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ এক গোপন সূত্ৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষী বিষয়া বিকু বৰ্মনে জখলাবন্ধা আৰক্ষীৰ এটা দলৰ সহযোগত চলোৱা তালাচী অভিযানত চোৰাং গৰুসহ বাহন দুখন জব্দ কৰিবলৈ সক্ষম হয়।

বৰ্তমান আটকাধীন লোক কেইজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

লগতে পঢ়ক: অসম কৃষি বিশ্ববিদ্যালয়ত সংক্ৰমণ; দুটা ছাত্ৰী নিৱাসৰ ৪৪ গৰাকী আৱাসী কোভিড পজিটিভ

প্ৰশ্ন হয়, চৰকাৰৰ গো-সুৰক্ষা আইনখন কিমান ফলপ্ৰসু হৈছে? চৰকাৰে নাকী লগাব পাৰিবনে এই দুষ্ট চক্ৰটোক? নে আইনৰ চকুত ধূলি দি চলি যাব গৰুৰ চোৰাং এই ৰমৰমীয়া বেহা? কাৰ চত্ৰছাঁয়াত চলি আছে এই গৰুৰ চোৰাং সৰবৰাহ? চৰকাৰ তথা প্ৰশাসনে অনাগত দিনত কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া হব লক্ষনীয়।

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd