• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০ বছৰৰ পিছত পুনৰ জাপানে ভাৰতীয় আম ৰপ্তানিৰ ওপৰত জাৰি কৰিলে নিষেধাজ্ঞা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2026 3:10 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ পৰা আম আমদানিৰ ক্ষেত্ৰত পুনৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে জাপানে। প্ৰায় ২০ বছৰৰ মূৰত পুনৰ ভাৰতীয় আমৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে দেশৰ প্ৰশাসনে। ইয়াৰ ফলত ভাৰতীয় আম ৰপ্তানি উদ্যোগত উদ্বেগৰ সৃষ্টি হৈছে। ইয়াৰ ফলত আলফনছো, কেশৰ, লেংৰা আৰু বংগনাপল্লী জাতৰ আম ৰপ্তানিত প্ৰভাৱ পৰিব বুলি ধাৰণা কৰা হৈছে।

জানিব পৰা মতে, জাপানৰ খাদ্য আৰু কৃষি সুৰক্ষা প্ৰাধিকৰণে ভাৰতীয় আমত পোক-পৰুৱাৰ লগত জড়িত সমস্যাৰ কিছু ইংগিত পোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। জাপানে দীৰ্ঘদিন ধৰি কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত অতি কঠোৰ সুৰক্ষা নীতি মানি চলি আহিছে। বিশেষকৈ ফলমূলৰ দৰে ক্ষতিকাৰক পোক-পৰুৱা যাতে দেশৰ কৃষি খণ্ডত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষ সাৱধানতা অৱলম্বন কৰে। সেইবাবেই ভাৰতৰ পৰা ৰপ্তানিৰ পূৰ্বে আমৰ বীজাণুনাশক আৰু ফিউমিগেছন প্ৰক্ৰিয়াটো বাধ্যতামূলক কৰা হৈছিল।

Apply Now

প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ মাৰ্চ মাহত জাপানৰ এটা পৰিদৰ্শনকাৰী দলে ভাৰতৰ কিছুমান ভেপাৰ হিট ট্ৰিটমেন্ট কেন্দ্ৰ পৰিদৰ্শন কৰিছিল। সেই সময়ত বীজাণুনাশক আৰু ফিউমিগেছন ব্যৱস্থাত কিছু ত্ৰুটি পোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছত জাপানৰ যোকোহামা উদ্ভিদ সুৰক্ষা সংস্থাই সিদ্ধান্ত লয় যে ২০২৬ চনৰ ২৫ মাৰ্চৰ পিছত ভাৰতে প্ৰদান কৰা পৰিদৰ্শনৰ প্ৰমাণ পত্ৰ থকা আম আৰু গ্ৰহণ কৰা নহ’ব।

ইয়াৰ পূৰ্বে ১৯৮৬ চনত জাপানে ফলৰ মাখিৰ সংক্ৰমণৰ অভিযোগত ভাৰতীয় আমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। পিছলৈ প্ৰায় দুটা দশকৰ দীঘলীয়া সময়ৰ অন্তত ২০০৬ চনত এই নিষেধাজ্ঞা উঠাই লোৱা হয় আৰু কিছুমান নিয়ম মানি পুনৰ ৰপ্তানি আৰম্ভ হয়।

যদিও জাপান ভাৰতীয় আমৰ সৰ্ববৃহৎ বজাৰ নহয়, তথাপিও এই সিদ্ধান্তক ৰপ্তানিকাৰীসকলৰ বাবে এক ডাঙৰ বিপৰ্যয় হিচাপে গণ্য কৰা হৈছে। কাৰণ জাপানত ভাৰতীয় প্ৰিমিয়াম আমৰ বিশেষ চাহিদা আছে। তাৰ উপৰি অত্যধিক গৰম আৰু পৰিবহণ ব্যয় বৃদ্ধিৰ বাবে ইতিমধ্যে ৰপ্তানিকাৰীসকল চাপত পৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

July 19, 2026 9:40 pm
ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

July 19, 2026 8:53 pm
গুজৰাটলৈ পুনৰ সৰবৰাহ হ’ব নেকি অৰুণাচলৰ হাতী! ডিৰকত প্ৰৱেশ সন্দেহযুক্ত বাহনৰ, ৰাজনৈতিক পৃষ্ঠপোষকতাৰ গুৰুতৰ অভিযোগ

গুজৰাটলৈ পুনৰ সৰবৰাহ হ’ব নেকি অৰুণাচলৰ হাতী! ডিৰকত প্ৰৱেশ সন্দেহযুক্ত বাহনৰ, ৰাজনৈতিক পৃষ্ঠপোষকতাৰ গুৰুতৰ অভিযোগ

July 19, 2026 8:27 pm
সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

July 19, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

July 19, 2026 9:40 pm
ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

July 19, 2026 8:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd