DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, March 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 26, 2022 1:09 pm
141
VIEWS
Share on FacebookShare on Twitter

চখ পূৰণ কৰিবলৈ মানুহে যে কি কি নকৰে! কোনোৱে সুন্দৰ হ’ব বিচাৰে, কোনোৱে আকৌ নিজকে দেখিবলৈ কুৎচিত কৰি পেলায়।

কিন্তু জাপানৰ এইজন লোকে যি কৰিলে সেই কাণ্ডই এনেধৰণৰ সকলোবোৰ কথাই তল পেলাই দিছে। টাকো নামৰ জাপানৰ এজন যুৱকৰ মানুহৰ জীৱন ভাল নালাগিল! সৰুৰে পৰা নিজকে কুকুৰ বুলি ‍ভাৱে! কুকুৰৰ দৰে জীৱন কটাব বিচাৰে।

নিজৰ দৈনন্দিত জীৱনতো বহু কাম কুকুৰৰ দৰে কৰে টাকোৱে। খোৱা–লোৱা, চলা–ফুৰাতো কেতিয়াবা কুকুৰৰ দৰে কৰে টাকোৱে। কিন্তু ইমানতো মন ভৰা নাছিল। এইবাৰ শৰীৰটোৱে কুকুৰৰ দৰে বনাই পেলালে।

কিন্তু মানুহৰ শৰীৰত নানা ছাৰ্জাৰী কৰি কুকুৰলৈ ৰূপান্তৰ হোৱা সম্ভৱ নহয়।

সেয়ে অলপ বেলেগ পথ ল’লে টাকোৱে।

টাকোৱে এটা পোছাক নিৰ্মাণকাৰী সংস্থাৰ সৈতে যোগাযোগ কৰিলে। তেওঁলোকৰ জৰিয়তে হুবহু কুকুৰৰ দৰে এযোৰ পোছাক বনালে। যাৰ দাম ১১ লাখ ৬৩ হাজাৰ টকা।

কিন্তু টাকোৰ চৰ্ত আছিল, পোছাকযোৰ এনেকুৱা হ’ব লাগিব, যাতে কোনোৱে ধৰিব নোৱাৰে সেয়া কুকুৰ নহয় বুলি।

টুইটাৰত এই ছবি পোষ্ট কৰে টাকোৱে। জাপানৰ ৰাস্তাত কুকুৰ হৈ ওলাইছে তেওঁ।

এতিয়া মন গ’লেই এই পোছাক পিন্ধি কুকুৰ হ’ব পাৰিব টাকো!

Recent News

Salman Khan

সিদ্ধু মুছেৱালাৰ দৰেই হ’ব গতি! পুনৰ হত্যাৰ ভাবুকিভৰা মেইল বলীউডৰ ভাইজানলৈ

Rahul Gandhi

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ: ঐক্যবদ্ধ প্ৰতিবাদৰ আহ্বান হীৰেন গোহাঁই, নাগৰিক সমাজৰ

Lovlina Borgohain

অসমকন্যাৰ হাতৰ মুঠিত বিশ্ব: লাভলিনাৰ বিশ্বজয়

Nikhat Zareen World Boxing Championships

আনষ্টপেবল নিখাত: ক্ৰমাগত দ্বিতীয়টো বিশ্ব চেম্পিয়নশ্বিপ স্বৰ্ণ জয় নিখাত জাৰিনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd