DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

টি-২০ ক্ৰিকেটত আন এক ঈৰ্ষণীয় সাফল্য বুমৰাহৰ: এই সাফল্য লভা প্ৰথমগৰাকী ভাৰতীয় বেগী বলাৰত পৰিণত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2022 9:36 am
Jasprit Bumrah
135
VIEWS
Share on FacebookShare on Twitter

সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বলাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰা ভাৰতীয় বলিং আক্ৰমণৰ মূল স্তম্ভ যশপ্ৰীত বুমৰাহে টি-২০ ক্ৰিকেটত আন এক মাইলষ্ট’ন স্পৰ্শ কৰিছে।

চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এখন লীগ মেচত মঙলবাৰে চানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলখনত মুম্বাই ইণ্ডিয়ানছ তিনি ৰানত পৰাস্ত হ’লেও মেচখনত বুমৰাহে এই বৃহৎ অভিলেখ স্থাপন কৰে।

হায়দৰাবাদৰ নিম্নক্ৰমৰ বেটাৰ ৱাশ্বিংটন সুন্দৰৰ উইকেট দখল কৰি টি-২০ ক্ৰিকেটত ২৫০ টা উইকেট সম্পূৰ্ণ কৰে বুমৰাহে। এই সফলতা অৰ্জন কৰা বুমৰাহ প্ৰথমগৰাকী ভাৰতীয় বেগী বলাৰত পৰিণত হয়।

এতিয়ালৈকে চাৰিজন ভাৰতীয় স্পিনাৰ – ৰবিচন্দ্ৰন অশ্বিন (২৭৪), যুজবেন্দ্ৰ চাহাল (২৭১), পীযুষ চাওলা (২৭০) আৰু অমিত মিশ্ৰাই (২৬২) টি-২০ ক্ৰিকেটত ২৫০ উইকেটৰ সীমা অতিক্ৰম কৰিছে।

বেগী বলাৰৰ ক্ষেত্ৰত এই তালিকাত বুমৰাহৰ পিছত আছে আন এগৰাকী অভিজ্ঞ বলাৰ ভুৱনেশ্বৰ কুমাৰ। ভুৱনেশ্বৰে এই পৰ্যন্ত টি-২০ ফৰ্মেটত ২২৪ টা উইকেট লাভ কৰিছে।

আনহাতে ২০০ উইকেটৰ সীমা অতিক্ৰম কৰা আনগৰাকী ভাৰতীয় পেচাৰ হৈছে জয়দেৱ উনাডকাট। বাওঁহতীয়া পেচাৰগৰাকীয়ে নিজৰ টি-২০ কেৰিয়াৰত এই পৰ্যন্ত ২০১ টা উইকেট লাভ কৰিছে।

Recent News

Applications are invited for various teaching and research based positions under NIELIT Guwahati.

Assam Career : NIELIT গুৱাহাটীত বিভিন্ন খালী পদৰ পূৰণৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 05 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

দুখন দেশ – দুটা ৰায়

দুখন দেশ – দুটা ৰায়

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd