• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিংবদন্তী অনিল কুম্বলেৰ দৰে লেগ স্পিন কৰি চৰ্চাত এইগৰাকী তাৰকা পেচাৰ; ভাইৰেল ভিডিঅ’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 31, 2021 11:16 am

1 min read

Jasprit-Bumrah-followed-the-bowling-action-of-Anil-Kumble-in-780x470
141
VIEWS
Share on FacebookShare on Twitter

হুবহু অনিল কুম্বলেৰ দৰে লেগ স্পিন কৰি এগৰাকী তাৰকা ভাৰতীয় পেচাৰে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।

ভাৰতীয় পেচাৰ যশপ্ৰীত বুমৰাহ তেওঁৰ ব্যতিক্ৰমী বলি একশ্যনৰ বাবে ক্ৰিকেট মহলত চৰ্চাৰ বিষয় হৈ আহিছে। বুমৰাহৰ বলিং একশ্যন যথেষ্ট জনপ্ৰিয়।

কমবয়সীয়া ক্ৰিকেটাৰসকলে বুমৰাহৰ বলিং একশ্যন নকল কৰাও দেখা যায়। আনিক বয়স্কৰ মাজতো বুমৰাহৰ বলিং একশ্যনৰ জনপ্ৰিয়তা কম নহয়।

কিন্তু বুমৰাহক এইবাৰ দেখা গৈছে প্ৰাক্তন ভাৰতীয় স্পিনাৰ অনিল কুম্বলেক নকল কৰা।

বিচিচিআইৰ টুইটাৰ হেণ্ডলত সেই ভিডিঅ’ প’ষ্ট কৰি লিখিছে যে সকলোৱে বুমৰাহক য়ৰ্কাৰ আৰু বাউন্সাৰ দিয়া দেখিছে। সেই ভাৰতীয় পেচাৰগৰাকীক এইবাৰ অন্য এক ৰূপত দেখা গ’ল।

We have all seen @Jaspritbumrah93's fiery yorkers and sharp bouncers. Here’s presenting a never-seen-before version of the fast bowler.

Boom tries to emulate the legendary @anilkumble1074's bowling action and pretty much nails it! pic.twitter.com/wLmPXQGYgC

— BCCI (@BCCI) January 30, 2021


বুমৰাহে কিংবদন্তি অনিল কুম্বলেৰ বলিং একশ্যন হুবহু নকল কৰিছে।

ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে ভাৰতৰ নেট বলিং অনুশীলনত নকল কৰাৰ সেই খেলত আনন্দত উৎফুল্লিত হৈ পৰিছিল যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাডেজা আৰু পৃথ্বী শ্বাহ।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd