• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, বিজেপিৰ অন্যতম প্ৰতিষ্ঠাপক নেতা যশোৱন্ত সিঙৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 27, 2020 10:32 am
WhatsApp Image 2020-09-27 at 9.56.51 AM
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিন ধৰি অসুস্থ হৈ তকাৰ পাছত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ অনত্যতম প্ৰতিষ্ঠাপক নেতা যশোৱন্ত সিঙৰ দেওবাৰে ৮২বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটিছে।

প্ৰয়াত নেতাগৰাকীৰ মৃত্যুত টুইটাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শোক প্ৰকাশ কৰিছে।

Apply Now

২০১৪চনৰ ৭ আগষ্টত নিজৰ ঘৰৰ টয়লেটত পৰি গৈ জ্ঞান হেৰুৱাইছিল বৰ্ষীয়ান নেতাগৰাকীয়ে। হাস্পাতললৈ লৈ যোৱা হৈছিল যদিও তেওঁ ক’মাত গুচি গৈছিল।

চিকিৎসকৰ আপ্ৰাণ চেষ্টা সত্ত্বেও তেওঁক স্বাভাৱিক অৱস্থালৈ ঘুৰাই আনিব পৰা নগ’ল। অৱশেষত দেওবাৰে তেওঁৰ বিয়োগ ঘটে।

১৯৩৮চনৰ ৩জানুৱাৰিত ৰাজস্থানৰ বাৰমেৰ জিলাৰ জসোল গাঁৱৰ এক ৰাজপুত পৰিয়ালত যশোৱন্ত সিঙৰ জন্ম হৈছিল।

সুদীৰ্ঘ দিন সেনাবাহিনীত চাকৰি কৰাৰ পাছত তেওঁ ৰাজনীতিত যোগদান কৰিছিল।

বিজেপিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্যগৰাকী দেশৰ সৰ্বাধিককাল সাংসদ হোৱাসকলৰ ভিতৰত অন্যতম আছিল।

১৯৮০ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ সংসদত সক্ৰিয় হৈ আছিল।

প্ৰাক্তন প্ৰধান মন্ত্ৰী  অটল বিহাৰী বাজপেয়ী মন্ত্ৰীসভাত তেওঁ একাধিক গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰিছিল। তাৰ ভিতৰত বিত্ত, বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ দায়িত্ব আছিল অন্যতম।

১৯৯৮-৯৯বৰ্ষত তেওঁ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৪চনত বিজেপিৰ হাতৰ পৰা কেন্দ্ৰৰ ক্ষমতা গুচি যোৱাৰ পাছত তেওঁ ৰাজ্যসভাত বিৰোধী দলৰ নেতা হিচাপে দায়িত্ব পালন কৰিছিল।

উল্লেখ্য যে ২০০৯চনত তেওঁ লিখা এখন গ্ৰন্থত পাকিস্তানৰ জন্মদাতা মহম্মদ আলী জিন্নাৰ প্ৰতি সহানুভূতিসূচক মন্তব্য কৰাৰ বাবে নিজ দলতে তেওঁ অপ্ৰিয় হৈ পৰে। তেওঁ নিজৰ সেই বক্তব্য প্ৰত্যাহাৰ কৰিবলৈ মান্তি নোহোৱাৰ বাবে দলে তেওঁক প্ৰায় একাষৰীয়া কৰি ৰাখে।

২০১৪চনৰ লোকসভা নিৰ্বাচনত তেওঁক বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়া নাছিল। কিন্তু তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বাৰমেৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল।

দলে তেওঁ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ বাবে দিয়া নিৰ্দেশ অমান্য কৰাত ২০১৪চনৰ ২৯ মাৰ্চত তেওঁক বিজেপিৰ পৰা বহিস্কাৰ কৰা হয়।

দেওবাৰে পুৱাই এইগৰাকী প্ৰাজ্ঞ তথা ভীষ্মপুৰুষে ইহলোকৰ পৰা পৰলোকলৈ গমন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd