• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাকিস্তানী প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে বিস্ফোৰণ প্ৰাক্তন সতীৰ্থ জাভেদ মিঞাদাদৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 13, 2020 4:43 pm

2 min read

post_image_9e01fb4

পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খান আৰু প্ৰাক্তন সতীৰ্থ ক্ৰিকেটাৰ জাভেদ মিঞাদাদ।

322
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানী প্ৰধান মন্ত্ৰী ইমৰাণ খানক বিস্ফোৰক অভিযোগেৰে থকা সৰকা কৰিছে প্ৰাক্তন সতীৰ্থ ক্ৰিকেটাৰ তথা পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্ত অধিনায়ক জাভেদ মিঞাদাদে।

প্ৰাক্তন অধিনায়কগৰাকীয়ে পাকিস্তান ক্ৰিকেট বোৰ্ডৰ কামকাজত ইমানে অসন্তুষ্ট হৈ পৰিছে যে প্ৰধান মন্ত্ৰী ইমৰাণ খানে বিদেশীৰ স্বাৰ্থত কাম কৰি থকা বুলি অভিযোগ আনিছে।

দৰাচলতে, পিচিবিৰ মুখ্য কাৰ্যবাহী পদত পাকিস্তানী বংশোদ্ভৱ ইংলেণ্ডৰ নাগৰিক ৱাছিম খানক নিযুক্তি দিয়াত মিঞাদাদ অসন্তুষ্ট হৈ পৰিছে।

প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ নিৰ্দেশতেই এই কাম কৰা হৈছে বুলি দাবী কৰিছে প্ৰাক্তন অধিনায়কগৰাকীয়ে।

মিঞাদাদে কয় যে দেশৰ ক্ৰিকেট বোৰ্ডৰ গুৰুত্বপূৰ্ণ পদ এটাত এগৰাকী বিদেশীক নিযুক্তি দি ইমৰাণ খানে নিজকে ভগৱান বুলি ভাৱিছে।

তেওঁ কয় যে ইমৰাণে নিজকে একমাত্ৰ বিচক্ষণ ব্যক্তি বুলি ভাৱিছে।

নিজৰ য়ুটিউব চেনেলত মিঞাদাদে কয় যে পিচিবি যিধৰণে হতাশাজনকভাৱে পৰিচালিত হৈছে তাক লৈ তেওঁ ব্যক্তিগতভাৱইমৰাণ খানৰ সৈতে কথা পাতিব।

মিঞাদাদে কয় যে দেশৰ বাবে সঠিক নহ’লে তেওঁ কাকো এৰি নিদিয়ে।

পাকিস্তানত যোগ্য ব্যক্তিৰ অভাৱ হৈছে নেকি যে বিদেশৰ পৰা লোক আমদানি কৰিব লগা হৈছে বুলিও মিঞাদাদে প্ৰশ্ন কৰে।

তদুপৰি, মিঞাদাদে কটাক্ষ কৰি ইমাৰণৰ উদ্দেশ্যি কয়,’’মই তোমাৰ অধিনায়ক আছিলো। তুমি মোৰ নহয়। মই ৰাজনীতিলৈ আহিম আৰু তেতিয়া তোমাৰ  সৈতে কথা পাতিম। মই সদায় তোমাক নেতৃত্ব দিছো।‘’

Recent News

samujjal

অসমতো হ’ব নেকি পৰীক্ষা বাতিল! কি পৰামৰ্শ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

cow

গৰু বিহু উপলক্ষ্যে অনুষ্ঠিত হ’ল গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা! অসমৰ ক’ত?

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd