• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এছিয়ান ক্ৰিকেট সংস্থাৰ সভাপতি নিৰ্বাচিত হ’ল বিচিচিআইৰ সচিব জয় শ্বাহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 31, 2021 7:38 am

1 min read

Jay-Shah-Amit-Shah-Sourav-Ganguly

জয় শ্বাহ।

191
VIEWS
Share on FacebookShare on Twitter

নিয়ম অনুসৰি বিচিচিআইৰ সচিব হিচাপে পদৰ ম্যাদ শেষ হৈছে জয় শ্বাহৰ। সভাপতি সৌৰভ গাংগুলীৰ সৈতে তেওঁৰো ম্যাদ বৃদ্ধিৰ বাবে জনোৱা আবেদন এতিয়াও বোৰ্ডৰ ফালৰ পৰা চূড়ান্ত কৰা হোৱা নাই।

বিচিচিআইত জয় শ্বাহৰ ভৱিষ্যৎ আদালতৰ ওপৰত নিৰ্ভৰ কৰিছে যদিও আপাতত: তেওঁ সেই পদত কাৰ্যনিৰ্বাহ কৰি আছে।

কিন্তু ইয়াৰ মাজতে এক গধূৰ দায়িত্ব লাভ কৰিছে বিচিচিআইৰ সচিব তথা কেন্দ্রীয গৃহমন্ত্রী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে। এইবাৰ তেওঁ এছিয়ান ক্ৰিকেট সংস্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে।

শনিবাৰে এছিয়ান ক্ৰিকেট কাউন্সিলৰ ভাৰ্চুৱেল বাৰ্ষিক সাধাৰণ সভাত শ্বাহক নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।

জয় শ্বাহে বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ সভাপতি নজমূল হুছেইনৰ পৰা এই দায়িত্ব গ্ৰহণ কৰিছে।

বৰ্তমান ৩২ বছৰীয়া জয় শ্বাহ এছিয়ান ক্ৰিকেট সংস্থাৰ আটাইতকৈ কম বয়সীয়া সভাপতি হিচাপে নিৰ্বাচিত হৈছে।

বিচিচিআইৰ ফালৰ পৰা এক বিবৃতি জাৰি কৰি শ্বাহক অভিনন্দন জনোৱা হয়। বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে জয় শ্বাহক নতুন দায়িত্ব প্ৰাপ্তিৰ বাবে শুভেচ্ছা জনাইছে।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd