• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জয়ন্তমল্লৰ জলজীৱনে নিদ্ৰা হৰিছে জনতাৰ! এমাহ ওলায়েই বন্ধ হ’ল টেপৰ পানী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2024 8:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশুদ্ধ খোৱাপানীৰ যোগানৰ প্ৰতিশ্ৰুতি আছিল চৰকাৰৰ!প্ৰতিশ্ৰুতি মতেই ঘোষণা হ‘ল আঁচনিও!পিছে বিশুদ্ধ খোৱাপানী যোগানত চূড়ান্ত ব্যৰ্থ ৰাজ্যৰ বিয়াগোম জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ।ৰাইজৰ প্ৰশ্ন!এয়া জল জীৱন আঁচনি নে ঠিকাদাৰৰ পকেট গৰম কৰা আঁচনি!

কিয়নো কোটি টকীয়া আঁচনি ৰূপায়ন হোৱাৰ পাছতো যোৱা প্ৰায় ৬টা মাহেই এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰি থাকিব লগা হৈছে বোকাখাতৰ ম‘হমাইকী গাওঁ পঞ্চায়তৰ অন্তৰ্গত শিলভেটা বাগিছাৰ গাঁৱৰ প্ৰায় ১৫০টাৰো অধিক শ্ৰমিক পৰিয়াল।

Apply Now

ৰাইজৰ অভিযোগ ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ বাবেই আঁচনি মুকলি কৰি এমাহ চলাৰ পিছতেই  সম্পূৰ্ণ বিকল হৈ পৰে উক্ত পানী যোগান আঁচনিতো।

যাৰ বাবে আয়ৰণযুক্ত দমকল অথবা পাহাৰৰ পৰা বৈ অহা জান জুৰিৰ পানীকেই খোৱাৰ লগতে বিভিন্ন কামত পূৰ্বৰ দৰেই ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে গাওঁ খনৰ ৰাইজ।

উল্লেখযোগ্য যে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰি থকা জনতালৈ  সকাহ দিয়াৰ উদ্দেশ্যে “ঘৰ ঘৰ নল‘ ঘৰ ঘৰ জল” প্ৰতিশ্ৰুতিৰে জল জীৱন মিছনৰ জৰিয়তে বিজেপি চৰকাৰে গাৱঁৰ প্ৰতিটো পৰিয়ালক যোগান ধৰাৰ কথা আছিল বিশুদ্ধ খোৱা পানীৰ।

কিন্তু আজিও ৰাজ্যৰ বহু পৰিয়ালে লাভ নকৰিলে উক্ত আঁচনিৰ জৰিয়তে এটুপি বিশুদ্ধ খোৱা পানীৰ সুবিধা।

যাৰ ফলত  বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাওঁত আজিও সুলভ এটাই দৃশ্য,,মানুহৰ চোতাল অথবা হাবিয়ে বননিয়ে থিয় দি আছে কেৱলমাত্ৰ পানী পাইপ সংলগ্ন খুটাহে।

ৰাইজৰ অভিযোগ-বিশুদ্ধ খোৱাপানী যোগানৰ নামত কোটি কোটি টকাৰ সৰাধ পাতি চূড়ান্ত ভেকোভাওনা কৰিছে ৰাজ্য চৰকাৰৰ বিয়াগোম জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে।

গাওঁবাসীৰ দাবী-সঠিক পৰ্যবেক্ষণৰ অভাৱত বিভাগীয় ঠিকাদাৰে চান কাঢ়ি খাইছে জনতাৰ ধন!যাৰ বাবে চৰকাৰী আঁচনিয়ে উপকৃত কৰিব পৰা নাই সাধাৰণ জনতাক।সেয়ে চৰকাৰী ধনৰ অপচয় ৰোধ কৰি বিভাগীয় কৰ্তৃপক্ষৰ পৰ্য্যবেক্ষণৰ জৰিয়তে সঠিকভাৱে ৰূপায়ণ হওক আঁচনিৰ কাম।অন্যথা আন্দোনমুখী হ‘ব বোকাখাতৰ শিলভেটা গাঁৱৰ ৰাইজ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd