• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাংবাদিক অৰ্ণৱ গোস্বামীক আক্ৰমণৰ ঘটনাক নিন্দা ‘জাফা’ৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 23, 2020 12:04 pm
arnab-goswami
10.7k
VIEWS
Share on FacebookShare on Twitter

দেশৰ আগশাৰীৰ টি ভি চেনেলৰ বিশিষ্ট সাংবাদিক, অসম সন্তান অৰ্ণৱ গোস্বামীক আক্ৰমনৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে জাৰ্ণেলিষ্ট ফেডাৰেশ্যন ফৰ আসাম(JFA)এ।

লগতে পঢ়ক :  সাংবাদিক অৰ্ণৱ গোস্বামীক মুম্বাইত আক্ৰমণ; কংগ্ৰেছৰ ওপৰত অভিযোগ

সংগঠন দুটাৰ হৈ প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত কোৱা হ’য় যে – যি সময়ত মহামাৰী ক’ৰ’না ভাইৰাছ তথা কোভিড -১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ উদেশ্যে চিকিৎসক, স্বাস্থ্য কৰ্মী, আৰক্ষীৰ লগতে দেশৰ সকলো সাংবাদিকে নিজৰ দায়িত্ব কৰ্তব্য নিষ্ঠাৰে পালন কৰি চৰকাৰক সহযোগিতাৰ হাত আগবঢ়াই আহিছে সেই সময়তে সদায় দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি অহা তথা যি কোনো বিষয় সাহসেৰে দেশৰ জনগণৰ সন্মুখত ডাঙি ধৰিবলৈ কুণ্ঠাবোধ নকৰা অৰ্ণৱ গোস্বামীৰ দৰে এজন সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা দেশৰ সাংবাদিক সমাজৰ বাবে চৰম দূৰ্ভাগ্যজনক ।

লগতে পঢ়ক : সাম্প্রদায়িক বিষবাষ্প বিয়পোৱা অর্ণৱ গোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ দাবী দেশৰ এগৰাকী সাংবাদিকৰ

উল্লেখ্য যে যোৱা নিশা কৰ্তব্যৰ পৰা ঘৰলৈ  ওভতাৰ পথত মটৰ চাইকেলত অহা কেইজনাম দুষ্কৃতিকাৰীয়ে সাংবাদিক অৰ্ণৱ গোস্বামীক আক্ৰমণ কৰিছিল।

ইতিমধ্যে মুম্বাই আৰক্ষীয়ে আক্ৰমণকাৰী কেইজনক গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক : অৰ্ণৱ গোস্বামী পাগল হৈছে, ছোনিয়া গান্ধীক কৰা সমালোচনা গৰিহণাযোগ্য : ৰাজস্থানৰ কংগ্ৰেছী মুখ্য মন্ত্ৰী অশোক গেহলট

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd