DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আকৌ ধামাকা: জিঅ’ৰ “২০২০ হেপী নিউ ইয়েৰ’ প্লেন ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2019 5:04 pm
jio-web-2
2.5k
VIEWS
Share on FacebookShare on Twitter

নতুন বছৰক আদৰণি জনাবলৈ সকলোৱে প্ৰস্তুতি চলাই থকাৰ সময়তে ৰিলায়েন্স জিঅ’ই গ্ৰাহকৰ বাবে আগবঢ়াইছে এক আকৰ্ষণীয় ধামাকা অফাৰ।

মুকেশ আম্বানিৰ কোম্পানীটোৱে আন আন বছৰৰ দৰে এইবাৰো হেপী নিউ ইয়েৰ অফাৰ ঘোষণা কৰিছে।

তিনি বছৰ পূৰ্বে জিঅ’ই বিনামূলীয়া ডাটা ব্যৱহাৰৰ সুবিধা আগবঢ়াইছিল। এইবাৰো গ্ৰাহকৰ বাবে আন এক আকৰ্ষণীয় অফাৰ লৈ আহিছে জিঅ’ই। এই হেপী নিউ ইয়েৰ অফাৰত আচলতে কি আছে?

জিঅ’ৰ ফালৰ পৰা জনোৱা হৈছে যে এই বিশেষ প্লেনত প্ৰিপেইড গ্ৰাহকসকলে এবছৰৰ বাবে আনলিমিটেড ভইচ কল, এছ এম এছ আৰু ডাটাৰ সুবিধা পাব।

এবছৰত ২০২০ টকা অৰ্থাৎ প্ৰতি মাহে ২০০ টকাতকৈও কম খৰচত গ্ৰাহকে জিঅ’ৰ আনলিমিটেড সেৱা লাভ কৰিব।

গ্ৰাহকসকলে এই প্লেনত প্ৰতিদিনে ডেৰ জিবি ডাটা আৰু আনলিমিটেড ভইচ কলৰ সুবিধা লাভ কৰিব।

ইয়াৰ উপৰি এই প্লেনত আছে বিনামূলীয়া  JioTV, JioCinema আৰু JioNewsৰ সুবিধা।

অৱশ্যে, এই অফাৰ সীমিত সময়ৰ বাবেহে মুকলি কৰা হৈছে। আজি অৰ্থাৎ মঙলবাৰৰ পৰা এই অফাৰ আৰম্ভ হৈছে। গ্ৰাহকসকলে এতিয়াই স্মাৰ্টফোনৰ MyJioএপ খুলি অফাৰটো সম্পৰ্কে বিতং জানি ল’ব পাৰে।

এইবাৰ আহক জিঅ’ ফোনৰ বিশেষ অফাৰৰ বিষয়ে জানি লওক। “২০২০ জিঅ’ ফোন হেপী নিউ ইয়েৰ’ অফাৰটো জিঅ’ৰ নতুন গ্ৰাহকসকলৰ বাবে।

যিসকলে নতুন বছৰত জিঅ’ ফোন কিনিব বিচাৰে তেওঁলোকে এই ফোনটো ১৫০০ টকাতে লাভ কৰিব। তাৰ লগতে গ্ৰাহকে প্ৰতিদিনে ০.৫ জিবি হাই স্পীড ইন্টাৰনেট ডাটাৰ সুবিধা তথা আনলিমিটেড ভইচ কলৰ সুবিধা লাভ কৰিব।

কেবল সেয়াই নহয়, ইয়াৰ লগতে তেওঁলোকে এছ এম এছ আৰু অন্যান্য জিঅ’ এপৰ সুবিধাসমূহো লাভ কৰিব। এই প্লেনৰ ভেলিডিটি ৩৬৫দিন।

এই অফাৰো আজি অৰ্থাৎ মঙলবাৰৰ পৰাই আৰম্ভ হৈছে। মনত ৰাখিব, আনলিমিটেড ভইচ কল জিঅ’ৰ পৰা জিঅ’ নম্বৰলৈকে তথা লেণ্ডলাইন নম্বৰৰ বাবেহে প্ৰযোজ্য।

ফেয়াৰ য়ুজেছ পলিচি(FUP) অনুসৰণ কৰি আন টেলিকম অপাৰেটৰত কল কৰিলে প্ৰতি মিনিটত ৬ পইচা ভৰিব লাগিব।

তথাপি, হেপী নিউ ইয়েৰ প্লেন জিঅ’ গ্ৰাহকৰ বাবে এক আকৰ্ষণীয় অফাৰ হিচাপে বিবেচিত হৈছে।

Recent News

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd