• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ Jio’ৰ লোভনীয় অফাৰ; ৰিচাৰ্জ কৰি বিনামূল্যে সম্পূৰ্ণ IPL চোৱাৰ সুযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2020 8:31 pm
WhatsApp Image 2020-09-17 at 7.54.09 PM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰু কেইদিনমান পাছতেই আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আই পি এল)। কৰ’না সংক্ৰমণৰ বাবে আই পিএল এইবাৰ ভাৰতত অনুষ্ঠিত নহয়।

এইবাৰ আইপিএল ১৩-ৰ আকৰ্ষণ ডুবাইলৈ স্থানান্তৰিত হৈছে।  তদুপৰি, খেলপথাৰত প্ৰৱেশৰো অনুমতি নাই।

Apply Now

এনে পৰিস্থিতিত আইপিএলৰ খেল উপভোগ কৰিবলৈ টিভি বা মোবাইলে ভৰসা। দেশৰ আগশাৰীৰ টেলিকম সংস্থা ৰিলায়েন্স জিঅ’ই ইয়াৰ গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে বিশেষ অফাৰ।

ইয়াৰ জৰিয়তে গ্ৰাহকসকলে আইপিএল খেলসমূহ বিনামূল্য উপভোগ কৰাৰ সুবিধা লাভ কৰিব।

জিঅ’ই এক বিবৃতিত বুধবাৰে প্ৰকাশ কৰিছে যে এতিয়াৰে পৰা ৫৯৮টকাৰ ৰিচাৰ্জত বিনামূলীয়াকৈ ডিজনি+ হটষ্টাৰ ডিজিটেল প্লেটফৰ্মৰ ছাবস্ক্ৰীপশ্যন পোৱা যাব।

গতিকে, অনায়াসে গ্ৰাহকে আইপিএলৰ সকলো মেচ চাব পাৰিব। তদুপৰি, জিঅ’ৰ পৰা জিঅ’লৈ আনলিমিটেড কলিং, দৈনিক ২ জিবি ডাটা, জিঅ’ৰ পৰা আন নম্বৰলৈ ২০০০মিনিট ফোন কৰাৰ সুবিধা আৰু দৈনিক ১০০টা এছএমএছৰ সুবিধা পোৱা যাব।

উক্ত ৰিচাৰ্জ পেকৰ ভেলিডিটি হৈছে ৫৬ দিন। ইয়াৰ উপৰি, জিঅ’ৰ ফালৰ পৰা জানিবলৈ দিয়া মতে, ৭৭৭টকাৰ ৰিচাৰ্জটো বিনামূলীয়াকৈ ডিজনি+ হটষ্টাৰ ডিজিটেল প্লেটফৰ্মৰ ছাবস্ক্ৰীপশ্যন পোৱা যাব।

সেইদৰে, জিঅ’ৰ পৰা জিঅ’লৈ আনলিমিটেড কলিং, দৈনিক ১.৫ জিবি ডাটা, জিঅ’ৰ পৰা আন নম্বৰলৈ ৩০০০ মিনিট ফোন কৰাৰ সুবিধা আৰু দৈনিক ১০০টা এছএমএছৰ সুবিধা পোৱা যাব। এই ৰিচাৰ্জ পেকৰ ভেলিডিটি হৈছে ৮৪ দিন।

আনহাতে, ৪০১ আৰু ২৫৯৯টকাৰ ৰিচাৰ্জ কৰিলেও ডিজনি+ হটষ্টাৰ ডিজিটেল প্লেটফৰ্মৰ ছাবস্ক্ৰীপশ্যন বিনামূলীয়াকৈ পোৱা যাব।

৪০১টকাৰ প্লেনত গ্ৰাহকসকলে দৈনিক ৩জিবি কৰি মুঠ ৯০জিবি ডাটা লাভ কৰিব। ইয়াৰ ভেলিডিট হৈছে ২৮দিন। ইয়াৰ লগতে ৬জিবি অতিৰিক্ত ডাটা,  জিঅ’ৰ পৰা জিঅ’লৈ আনলিমিটেড কলিং, জিঅ’ৰ পৰা আন নম্বৰলৈ ১০০০ মিনিট ফোন কৰাৰ সুবিধা আৰু দৈনিক ১০০টা এছএমএছৰ সুবিধা পোৱা যাব। তদুপৰি থাকিব জিঅ’ৰ একাধিক এপ ব্যৱহাৰৰ সুযোগ।

সেইদৰে, ২৫৯৯টকাৰ ৰিচাৰ্জত গ্ৰাহকে দৈনিক ২জিবি ডাটা লাভ কৰিব। ৩৬৫দিনৰ ভেলিডিটি থকা এই প্লেনত অতিৰিক্ত ১০জিবি ডাটাও লাভ কৰিব। তদুপৰি আছে এবছৰৰ বাবে বিনামূলীয়া ডিজনি+ হটষ্টাৰ ডিজিটেল প্লেটফৰ্মৰ ছাবস্ক্ৰীপশ্যনৰ সুবিধা।

ইয়াৰ লগতে থাকিব জিঅ’ৰ পৰা জিঅ’লৈ আনলিমিটেড কলিং, জিঅ’ৰ পৰা আন নম্বৰলৈ ১২০০ মিনিট ফোনৰ সুবিধা আৰু দৈনিক ১০০টা এছএমএছৰ সুবিধা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd