DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গ্ৰাহকৰ ওপৰত মাধমাৰ! ‘ট্ৰাই’ক ডাটাৰ মূল্য বৃদ্ধিৰ প্ৰস্তাৱ দিলে Jioই

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2020 5:56 pm
jio-feature-1
2.2k
VIEWS
Share on FacebookShare on Twitter

ৰিলায়েন্স জিঅ’ই ইন্টাৰনেট ডাটাৰ মূল্য লাহে লাহে বৃদ্ধিৰ প্ৰস্তাৱ দিলে ভাৰতীয় টেলিকম নিয়ন্ত্ৰক কৰ্তৃপক্ষ(TRAI)ক।

টেলিকম সংস্থাসমূহে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ দিনে দিনে নানা ৰকমৰ তাৰিফ অ’ফাৰ ঘোশণা কৰি আহিছে। ইয়াৰ ফলত লোকচানৰ সন্মুখীন হৈছে টেলিকম উদ্যোগ।

এনে পৰিস্থিতিৰ পৰা সকাহ লাভৰ বাবে ডাটাৰ ফ্লোৰ প্ৰাইচ বা প্ৰাথমিক মূল্য স্থিৰ কৰিবলৈ ট্ৰাইক আহ্বান জনাইছে জিঅ’ই। তদুপৰি, একেবাৰতে দাম নবঢ়াই লাহে লাহে ডাটাৰ ফ্লোৰ প্ৰাইচ বৃদ্ধিৰ প্ৰস্তাৱো দিছে।

প্ৰতি জিবিত ১৫টকাৰ পৰা বৃদ্ধি কৰি ছয় মাহৰ পৰা নমাহৰ ভিতৰত প্ৰতি জিবিৰ মূল্য ২০ টকা নিৰ্দ্ধাৰণ কৰা হওক।

ৱায়াৰলেছ ডাটাৰ ৭এত্ৰতো এই নিয়ম প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ দিছে জিঅ’ই।

ইপিনে, কোম্পানীটোৱে ভইচ কলৰ তাৰিফ একে ৰখাৰ পৰামৰ্শ আগবঢ়াইছে। কিয়নো ভইচ কলৰ তাৰিফ মূল্য বৃদ্ধি কৰিলে গ্ৰাহকসকল অসুবিধাত পৰিব পাৰে।

জিঅ’ই ব্যক্তিগত আৰু কৰ্পোৰেট সকলো কানেকশ্যনতে এইদৰে লাহে লাহে মূল্য বৃদ্ধি কৰা হওক।

বিগত মাহত ভোডাফোন আইডিয়াই জনাইছিল যে তেওঁলোকে প্ৰতি জিবি ডাটাৰ ফ্লোৰ প্ৰাইচ ৩৫ টকা কৰা হওক। ইয়াৰ লগতে ভইচ কলতো প্ৰতি মিনিটত ৬পইচা বৃদ্ধি কৰা হওক।

টেলিকম কোম্পানীকেইটাই সস্তা অ’ফাৰ দিবলৈ গৈ লোকচানৰ সন্মুখীন হৈছে। সেয়েহে তেওঁলোকেও দাম বৃদ্ধিৰ প্ৰস্তাৱ দিছে।

এতিয়া এইক্ষেত্ৰত ট্ৰাইয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে।

Recent News

মোডীৰ মুখামুখি হ’ব নে উত্তৰ প্ৰদেশৰ আন আসনৰ পৰা যুঁজ দিব প্ৰিয়ংকাই? চৰ্চাত নতুন খৱৰ!

মোডীৰ মুখামুখি হ’ব নে উত্তৰ প্ৰদেশৰ আন আসনৰ পৰা যুঁজ দিব প্ৰিয়ংকাই? চৰ্চাত নতুন খৱৰ!

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd