• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Jio ৰ বাম্পাৰ অফাৰ: দুবছৰৰ বাবে লাভ কৰক বিনামূলীয়া ভইছ কল আৰু ডাটা, কেনেকৈ ?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2021 8:36 am
a g
1.1k
VIEWS
Share on FacebookShare on Twitter

দেশত এতিয়া টেলিকম কোম্পানীসমূহৰ মাজত তীব্ৰ প্ৰতিযোগিতাই গা কৰি উঠিছে।

কোনো এটা কোম্পানীয়ে যদি গ্ৰাহকক বাম্পাৰ অফাৰ দিছে আন কোনোবা কোম্পানীয়ে আকৌ মহা বাম্পাৰ অফাৰ দি গ্ৰাহকক আকৃষ্ট কৰাৰ প্ৰতিযোগিতা চলাইছে।

শেহতীয়াকৈ মুকেশে আম্বানী মালিকানাধীন ৰিলায়েন্স জিঅ’ই এইবাৰ কোম্পানীটোৰ বিশেষ গ্ৰাহকৰ বাবে আগবঢ়াইছে দুবছৰৰ বিনামূলীয়া ভইছ কল আৰু ডাটা।

এই অফাৰ আগবঢ়োৱা হৈছে সেই সকল গ্ৰাহকলৈ যিসকলে JioPhone 2021 ক্ৰয় কৰে।

JioPhone 2021 ফোন ক্ৰয় কৰা গ্ৰাহকসকলে লাভ কৰিব দুবছৰৰ বিনামূলীয়া ভইছ কল আৰু প্ৰতিমাহে ২ জিবিকৈ ডাটা।

Jio ই আগবঢ়োৱা এই সুবিধা লাভ কৰিবলৈ আপুনি  JioPhone 2021 ফোনটো কিনিব লাগিব।

সম্প্ৰতি দেশত Jio ব্যৱহাৰকাৰী গ্ৰাহকৰ সংখ্যাই ১০ কোটিৰ ঘৰ অতিক্ৰম কৰাৰ সময়তে ৰিলায়েন্সে JioPhone 2021 ফোন ক্ৰয় কৰা গ্ৰাহকসকললৈ আগবঢ়াইছে এই বিশেষ সুবিধা।

JioPhone 2021 ৰ মূল্য হৈছে ১,৯৯৯ টকা।

যিসকলে  পূৰ্বতে দিয়া অফাৰ অনুসৰি ১,৪৯৯ টকাৰে এই ফোন ক্ৰয় কৰে তেওঁলোকে এবছৰৰ বিনামূলীয়া ভইছ কল আৰু প্ৰতি মাহত ২ জিবিকৈ ইণ্টাৰনেট ডাটা লাভ কৰিব।

ইয়াৰোপৰি ৰিলায়েন্সে জিঅ’ৰ গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে আন এক সুবিধা।

যিসকল গ্ৰাহকে ৭৪৯ টকাৰে ৰিছাৰ্জ কৰে তেওঁলোকে লাভ কৰিব এবছৰৰ বিনামূলীয়া ভইছ কল আৰু প্ৰতি মাহত ২ জিবিকৈ ডাটা।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd