• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউক্ৰেইন যুদ্ধ: ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ‘বাতিল সংস্কৃতি’ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে জে কে ৰাউলিঙে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2022 9:44 am
WhatsApp Image 2022-03-26 at 8.28.58 AM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ দেশৰ সৈতে কৰা পাশ্চাত্যৰ আচৰণক হেৰী প’টাৰৰ লেখিকাই সন্মুখীন হোৱা ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৈতে তুলনা কৰাৰ পিছত জে কে ৰাউলিঙে ভ্লাদিমিৰ পুটিনক প্ৰত্যুত্তৰ দিছে।

শুকুৰবাৰে ৰাউলিঙে এক টুইটযোগে কয় যে বাতিল সংস্কৃতি (cancel culture) ৰ সমালোচনা “সাধাৰণ লোকক হত্যা কৰা” সকলৰ মুখত শোভা নাপায়।

শুকুৰবাৰে টেলিভিছনৰ এক অনুষ্ঠানত পুটিনে হেৰী প’টাৰৰ লেখিকাক কৰা শেহতীয়া সমালোচনাক যুদ্ধপন্থী ৰাছিয়াৰ সুৰকাৰ আৰু লেখকসকলে সন্মুখীন হোৱা পৰিস্থিতিৰ সৈতে তুলনা কৰে।

Apply Now

ইয়াৰ প্ৰত্যুত্তৰত ৰাউলিঙে ইউক্ৰেইন আক্ৰমণক নিন্দা কৰি কয় যে ৰাছিয়াই “সাধাৰণ লোকক হত্যা” কৰি আছে।

লগতে পঢ়ক: ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ ঘোষণা: অহা বছৰৰ পৰাই হ’ব মহিলা আইপিএল

ৰাউলিঙে ২০২১ চনত বিবিচি নিউজৰ এটা প্ৰৱন্ধৰ লিংক পোষ্ট কৰিছিল য’ত কাৰাগাৰত বন্দী দুৰ্নীতি বিৰোধী প্ৰচাৰক আলেক্সি নাভালনিৰ বিষয়ে উল্লেখ কৰাৰ লগতে ইউক্ৰেইন আক্ৰমণৰ নিন্দা কৰা হৈছিল।

ৰাউলিঙে হেচটেগ #IStandWithUkraine কৰাৰ লগতে টুইটাৰত তেওঁৰ ১৩.৯ নিযুত অনুসৰণকাৰীক কৈছে, “পশ্চিমীয়া বাতিল সংস্কৃতিৰ সমালোচনা সম্ভৱতঃ প্ৰতিৰোধৰ অপৰাধৰ বাবে সাধাৰণ লোকক হত্যা কৰা বা তেওঁলোকৰ সমালোচকসকলক কাৰাগাৰত নিক্ষেপ কৰা সকলৰ বাবে শোভা নাপায়।”

পুটিনে শুকুৰবাৰে সাংস্কৃতিক ব্যক্তিত্বৰ সৈতে এক টেলিভিছন ভিডিঅ’ কনফাৰেন্সৰ সময়ত সংস্কৃতি বাতিল কৰাৰ বিষয়ে অভিযোগ কৰি কয় যে পশ্চিমে ৰাছিয়াক “বাতিল” কৰিবলৈ চেষ্টা কৰি আছে, আৰু তেওঁৰ দেশৰ আচৰণক ৰাউলিঙে অতীতত সন্মুখীন হোৱা ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৈতে তুলনা কৰে যাক কিছুমানে ট্ৰেন্সফোবিক (ৰূপান্তৰকামীসকলৰ প্ৰতি ঘৃণা) বুলি কৈছিল।

লগতে পঢ়ক: হিলাৰী ক্লিন্টনৰ বিৰুদ্ধে কিয় গোচৰ তৰিলে ডোনাল্ড ট্ৰাম্পে?

ৰক্ষণশীল সাংস্কৃতিক মূল্যবোধৰ ধ্বজাবাহক হিচাপে নিজকে প্ৰক্ষেপ কৰা পুটিনে ৰূপান্তৰকামী আৰু সমকামী অধিকাৰৰ বিৰুদ্ধে থিয় দিছে।

কলা আৰু সাহিত্য ক্ষেত্ৰৰ কৰ্মীসকলৰ সৈতে বাৰ্তালাপত পুটিনে কৈছিল,”জে.কে. ৰাউলিঙক শেহতীয়াকৈ নস্যাৎ কৰা হৈছে কিয়নো তেওঁ… তথাকথিত লিংগ স্বাধীনতাৰ অনুৰাগীসকলক সন্তুষ্ট কৰা নাছিল।”

তেওঁ লগতে কৈছিল, “আজি তেওঁলোকে আমাৰ ১,০০০ বছৰ পুৰণি দেশখন, আমাৰ মানুহক নস্যাৎ কৰিবলৈ চেষ্টা কৰি আছে। মই ৰাছিয়াৰ সৈতে সম্পৰ্কিত সকলো বৰ্ধিত বৈষম্যৰ বিষয়ে কৈছো, যি প্ৰৱণতা কেইবাখনো পশ্চিমীয়া ৰাষ্ট্ৰত উদ্ভৱ হৈছে।”

ফেব্ৰুৱাৰীৰ শেষৰ ফালে পুটিনৰ ইউক্ৰেইন আক্ৰমণৰ সিদ্ধান্তৰ পিছত ৰাছিয়াই তীব্ৰ আন্তঃৰাষ্ট্ৰীয় নিন্দা আৰু নতুন নিষেধাজ্ঞাৰ সন্মুখীন হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

August 22, 2026 11:51 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am
তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

August 22, 2026 11:04 am
সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

August 22, 2026 11:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

August 22, 2026 11:51 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd