• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইৰাণৰ সাহায্যত আমেৰিকাৰ ঘাটিত আক্ৰমণ! ৩ সেনাৰ মৃত্যু, কঠোৰ প্ৰত্যুত্তৰৰ সকীয়নি বাইডেনৰ

যুদ্ধৰ আশংকা ঘণীভূত মধ্যপ্ৰাচ্যত, সমগ্ৰ বিশ্বৰ বাবে অশনি সংকেত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2024 11:35 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ বিৰুদ্ধে এইবাৰ প্ৰত্যক্ষ সংঘাতত ইৰাণ! দেওবাৰে তিনিজন আমেৰিকান সৈনিকৰ মৃত্যুৰ পিছত এই চৰ্চাই আৰম্ভ হৈছে আন্তৰ্জাতিক মহলত। জৰ্ডানৰ ছিৰিয়াৰ সীমান্তত থকা আমেৰিকাৰ সামৰিক ঘাটিত চলোৱা আক্ৰমণত তিনিজন সেনা নিহত হয়। ইয়াৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰত্যাক্ৰমণৰ সকীয়নি দিয়ে। তেওঁ স্পষ্ট কৰি কয় যে ইৰাণ সমৰ্থিত আক্ৰমণকাৰীয়ে সঠিক সময়ত উপযুক্ত প্ৰত্যুত্তৰ লাভ কৰিব।

ইৰাণ সমৰ্থিত হুথি উগ্ৰপন্থীয়ে বিগত দুমাহ ধৰি লোহিত সাগৰত আমেৰিকাৰ বণিক জাহাজত আক্ৰমণ চলাই আহিছে। হুথিয়ে প্ৰকাশ কৰা অনুসৰি গাজাত ইজৰাইলী সেনাৰ অভিযানৰ প্ৰতিবাদত ইখনৰ পিছত সিখন বিদেশী মালবাহী জাহাজত আক্ৰমণ চলোৱা হৈছে।

কেইবাখনো দেশৰ সৈতে মিত্ৰতা কৰি য়েমেনৰ হুথিসকলকো আমেৰিকাই আক্ৰমণ কৰিছে। তাৰ পিছতে দেওবাৰে আক্ৰমণত তিনিজন আমেৰিকান সেনাৰ মৃত্যু হয়। আন কেইবাজনো আহত হৈছে।

Apply Now

লগতে পঢ়কঃ ফৰাচী মহিলা সাংবাদিকলৈ জাননী জাৰি কৰিছে ভাৰত চৰকাৰে; ঘটনাটো কি?

গাজাত হামাছ-ইজৰাইলৰ সংঘাত আৰম্ভ হোৱাৰ পিছত এইটোৱেই হৈছে আমেৰিকাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণৰ ঘটনা। নিজৰ সৈন্যৰ মৃত্যুৰ খবৰ শুনি ক্ষুব্ধ হৈ পৰিছে আমেৰিকা। বাইডেনে এক বিবৃতিত কয় যে আমি ইয়াৰ প্ৰত্যুত্তৰ দিম। ইৰাণ সমৰ্থিত সকলো আক্ৰমণকাৰীৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আমাৰ ভাষাত, আমাৰ সময়মতে তেওঁলোকে সঠিক উত্তৰ পাব।”

অৱশ্যে কঠোৰ বক্তব্য দিও সকাহ পোৱা নাই বাইডেন। ইয়াৰ পূৰ্বেও আমেৰিকাৰ বৈদেশিক নীতিক লৈ বিৰোধীয়ে তেওঁক তীব্ৰ সমালোচনা কৰিছিল। এইবাৰ তিনিজন সেনাৰ মৃত্যুৱে সেই জুইত ইন্ধন যোগ কৰিলে। ইৰাণ আৰু ইয়াৰ সমৰ্থকসকলৰ বিৰুদ্ধে তাৎক্ষণিক সামৰিক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে আমেৰিকাৰ বিৰোধী সাংসদসকলে।

লগতে পঢ়কঃ সকলো কাণ্ডৰ মূলতে বাটাৰ চিকেন! আদালত পালেগৈ গোচৰ; কিন্তু কিয়?

যদিহে আমেৰিকাই ইৰাণৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰে, তেন্তে মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি সমগ্ৰ বিশ্বতে বিয়পি পৰিব বুলি আশংকা প্ৰকাশ কৰিছে সচেতন মহলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd