DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অবিশ্বাস্য! ৪২ হাজাৰ কোটি টকাৰ বৃহৎ কোম্পানী কিন্তু নাই কোনো কাৰ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
June 26, 2021 2:46 pm
Johnny-Boufarhat-podcast-banner-1024x536
489
VIEWS
Share on FacebookShare on Twitter

চৰ্চাত জনি বাউফাৰহাটৰ অনলাইন কনফাৰেন্স হষ্টিং প্লেটফৰ্ম হ’পিন। অলপ দিনৰ সফলতাৰ পাছতেই আকাশচুম্বী কোম্পানীটোৰ স্থিতি।

বিশ্বাস নহ’লেও সত্য যে হাজাৰ হাজাৰ কোটি টকাৰ কোম্পানীটোৰ কোনো স্থায়ী কাৰ্যালয় নাই। ইয়াৰ সম্পূৰ্ণ কৃতিত্ব ব্ৰিটেইনৰ ২৭ বছৰীয়া বিলিয়’নাৰ চিইঅ’ জনি বাউফাৰহাটৰ।

বিবিচিৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই কথা। জানিব পৰা মতে, মাত্ৰ দুবছৰতেই কোম্পানীটোৰ মূল্য ৫.৬৫বিলিয়ন মাৰ্কিন ডলাৰ বা ৪.০৫ বিলিয়ন পাউণ্ড। ভাৰতীয় মুদ্ৰাত প্ৰায় ৪২হাজাৰ কোটি টকাৰ ওচৰাওচৰি।

এই বৃহৎ কোম্পানীটোৰ কৰ্মচাৰীৰ সংখ্যা ৫০০তকৈয়ো অধিক অথচ নাই কোনো স্থায়ী কাৰ্যালয়। আনকি যিসকলে ইয়াত কাম কৰে তেওঁলোকৰ বহুতৰে সৈতে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া জনি বাউফাৰহাটৰ সৈতে সাক্ষাতে হোৱা নাই।

বিবিচিৰ বাতৰি অনুসৰি, কোম্পানীটোৰ স্থায়ী কাৰ্যালয় নোহোৱা কথাটো জনিয়ে গুৰুত্বই নিদিয়ে কিয়নো তেওঁৰ আনকি নিজৰ বুলিবলৈও কোনো ঘৰো নাই।

স্পেইনৰ বাৰ্ছিলোনাত এয়াৰবিএনবিৰ জৰিয়তে ভাড়াত লোৱা কাৰ্যালয়ৰ পৰাই এই ডিজিটেল যাযাবৰ গৰাকীয়ে কয় যে স্থায়ী কাৰ্যালয় নথকাৰ বাবে ইমান কাম কৰিব পাৰি যিটো আন কোম্পানীবিলাকে আগতে কৰিব পৰা নাই।

উল্লেখযোগ্য যে ২০১৯চনৰ ৫জুনত ব্ৰিটেইনৰ অনলাইন কনফাৰেন্স হষ্টিং প্লেটফৰ্ম হ’পিন-য়ে মাত্ৰ ৬জন কৰ্মচাৰী লৈ কাম আৰম্ভ কৰিছিল। তাৰ পাছতে অতিমাৰী কৰ’না ভাইৰাছ হৈ পৰে তেওঁৰ বাবে আশীৰ্বাদ।

২০২০বৰ্ষত হ’পিনে ৰাষ্ট্ৰসংঘ, নাটো, শ্লেক তথা ইউনিলিভাৰৰ দৰে প্ৰতিষ্ঠানৰ প্ৰায় ৮০হাজাৰতকৈয়ো অধিক ইভেন্ট হ’ষ্ট কৰিছে। এনেকৈয়ে এই কোম্পানীটোৰ জয়যাত্ৰা অব্যাহত আছে।

Recent News

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

African cheetahs to India

দেশত পুনৰ চিতাৰ বংশ বিস্তাৰৰ লক্ষ্য: ফেব্ৰুৱাৰীত দেশলৈ পুনৰ ১২ টা চিতা

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd