DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জনি ডেপে পৰিচালনা কৰিব চিনেমা ‘মোদি’! থাকিব কিংবদন্তি অভিনেতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2023 1:10 pm
অভিনেতা জনি ডেপ আৰু আল পেচিনো।

অভিনেতা জনি ডেপ আৰু আল পেচিনো।

723
VIEWS
Share on FacebookShare on Twitter

সম্পূৰ্ণ ২৫ বছৰৰ পাছত পুনৰ পৰিচালক হিচাপে ঘূৰি আহিছে হলিউডৰ অভিনেতা জনি ডেপ। ইটালীৰ শিল্পী আমেডিও মোডিগিলানিৰ বায়’পিকখনৰ নাম দিয়া হৈছে ‘মোদি’। মোদিগিলানিৰ পৰা চমুকৈ ‘মোদি’। শিল্পীগৰাকী বন্ধুমহলত এই নামেৰেই পৰিচিত আছিল।

পৰিচালক হিচাপে আঢ়ৈ দশক কাম কৰাৰ পিছত পুনৰ উভতি আহিছে জনিয়ে।

ছবিখনত বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকলৰ নামো ঘোষণা কৰিছে পৰিচালকগৰাকীয়ে। ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব কিংবদন্তি অভিনেতা আল পেচিনোৱে।

লগতে পঢ়ক: কৰ্ণাটকত কংগ্ৰেছৰ চাণক্য কোন এই সুনীল? একালৰ প্ৰশান্ত কিশোৰৰ সহযোগী এতিয়া চৰ্চাত

জানিব পৰা মতে, ইটালীৰ অভিনেতা ৰিকাৰ্ডো স্কামাৰ্চিঅ’ই মোদিৰ চৰিত্ৰত অভিনয় কৰিব। ‘জন উইক: চেপ্টাৰ ২’, ‘দ্য বেষ্ট অৱ ইউথ’ আৰু ‘ল’ৰ’ ছবিত তেওঁৰ অভিনয়ে দৰ্শকৰ মনত এটা সাঁচ বহুৱাই থৈ গৈছে।

জনিয়ে ছবিখন পৰিচালনা কৰাই নহয়, আল পেচিনো আৰু বেৰী নাভিডিৰ সৈতে সহ-প্ৰযোজনাও কৰিছে। কেইমাহমানৰ পিছত বুডাপেষ্টৰ শ্বুটিং ফ্ল’ৰত পৰিচালক হিচাপে দেখা যাব জনিক।

১৯৯৭ চনত জনিয়ে শেষবাৰৰ বাবে পৰিচালনা কৰিছিল ‘দ্য ব্ৰেভ’। লগতে নিজেই অভিনয়ো কৰিছিল, মাৰ্লন ব্ৰেণ্ডো আছিল সহ-অভিনেত্ৰী।

লগতে পঢ়ক: নিৰংকুশ বিজয়! কৰ্ণাটকত সম্পূৰ্ণ অক্সিজেন ল’লে কংগ্ৰেছে; উশাহ লোৱাত কষ্ট পাইছে বিজেপিয়ে

আনহাতে, জনিয়ে অভিনয়লৈও ঘূৰি আহিছে। ‘জন ডু বেৰী’ ছবিখনত তেওঁক ৰজা পঞ্চদশ লুইছৰ চৰিত্ৰত দেখা যাব। জনিৰ ৰয়েল লুক ইতিমধ্যে নেট জগতত ভাইৰেল হৈ পৰিছে।

Recent News

পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

বলীউডৰ প্ৰসিদ্ধ বৰ্ষীয়ান অভিনেত্ৰী ‘পদ্মশ্ৰী’ সুলোচনা লাটকাৰৰ দেহাৱসান

বলীউডৰ প্ৰসিদ্ধ বৰ্ষীয়ান অভিনেত্ৰী ‘পদ্মশ্ৰী’ সুলোচনা লাটকাৰৰ দেহাৱসান

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

Odisha train accident

উৰিষ্যাৰ শোকাৱহ ৰে’ল দুৰ্ঘটনা: চিবিআই তদন্ত আহ্বান ৰে’ল মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd