• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভেকচিন লৈ অসুস্থ স্বেচ্ছাসেৱক; স্থগিত ৰখা হ’ল Johnson & Johnsonৰ কৰ’না ভেকচিনৰ ট্ৰায়েল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 13, 2020 10:44 am

1 min read

johnson-johnson
3.5k
VIEWS
Share on FacebookShare on Twitter

Johnson & Johnsonৰ কৰ’না ভেকচিনৰ ট্ৰায়েল সাময়িকভাৱে স্থগিত ৰখা হৈছে। ভেকচিন লোৱাৰ পাছতে এজন স্বেচ্ছাসেৱক অসুস্থ হৈ পৰাৰ পাছত কোনো ৰিস্ক ল’ব নিবিচাৰি কোম্পানীটোৱে পৰীক্ষা স্থগিত ৰাখে।

কোম্পানীটোৱে জানিবলৈ দিছে যে এতিয়া সাময়িকভাৱে সকলো ক্লিনিকেল ট্ৰায়েল স্থগিত ৰখা হৈছে। তদুপৰি, তৃতীয় পৰ্যায়ত আহি ৰোৱা ট্ৰায়েলো বন্ধ কৰি দিয়া হৈছে কিয়নো এজন স্বেচ্ছাসেৱক অসুস্থ হৈ পৰিছে আৰু তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

সেয়েহে, ক্লিনিকেল ট্ৰায়েলৰ বাবে এতিয়া আৰু কোনো স্বেচ্ছাসেৱকক পঞ্জীয়ন কৰা হোৱা নাই।

Johnson & Johnsonয়ে প্ৰায় ৬০হাজাৰ স্বেচ্ছাসেৱকৰ ওপৰত ভেকচিনৰ পৰীক্ষা কৰাৰ পৰিকল্পনা কৰিছে।

কোম্পানীটোৰ নিৰ্দেশনা অনুসৰি এইবাৰ কোনো অংশগ্ৰহণকাৰী সেই বিশেষ ড্ৰাগৰ পৰা অসুস্থ হৈছে নে নাই সেয়া চোৱা হ’ব। সেইদৰে ঠিক কৰা হ’ব ট্ৰায়েল চলোৱা হ’বনে নাই।

কৰ’নাৰ ভেকচিনৰ সন্ধানত তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল বিভিন্ন দেশত চলি থকাৰ মাজতে গৱেষণা এইদৰে থমকি ৰৈছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd