DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত জনগোষ্ঠীয় সমন্বয় উৎসৱ উদযাপন

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
April 23, 2022 8:29 am
বঙাইগাঁৱত জনগোষ্ঠীয় সমন্বয় উৎসৱ উদযাপন
101
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও শিক্ষা খণ্ডৰ অধীনৰ ছিটকাগাঁও মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা বঙাইগাঁৱৰ সহযোগত ২৮১ নম্বৰ দৌলগুৰী ৰাভাপাৰা প্ৰাথমিক বিদ্যালয়ত জনগোষ্ঠীয় সমন্বয় উৎসৱ-২০২২ উদযাপন কৰা হয়৷

ছিটকাগাঁও মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত মুঠ দহখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলে জনগোষ্ঠীয় উৎসৱত অংশগ্ৰহণ কৰে ৷ এ

ই উৎসৱৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত শোভাযাত্ৰা উলিয়াই জনগণৰ দৃষ্টি আকৰ্ষণ কৰে ৷

জনগোষ্ঠীয় সমন্বয় উৎসৱত বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী আৰু অভিভাৱক সকলে অসমৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ লোক নৃত্য প্ৰদৰ্শন কৰে ৷

সমাৰোহত বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত শ্যামল ক্ষেত্ৰ গগৈ, বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক ভদ্ৰাৱতী বৰ্মন, চি আৰ চি চি, কেইবাগৰাকী শিক্ষা বিষয়া আৰু সংশ্লিষ্ট দহখন বিদ্যালয়ৰ শিক্ষক সকল উপস্থিত থাকে।

অনুষ্ঠানত কণ কণ ছাত্ৰ-ছাত্ৰী সকলে নিজৰ লগতে অন্য জনগোষ্ঠীৰ কলা- সংস্কৃতিৰ বিষয়ে সম্যক জ্ঞান লাভ কৰাৰ লগতে অভিভাৱক সকলেও বিদ্যালয়ৰ পৰিৱেশৰ লগত একাত্ম হ’ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জনগোষ্ঠীয় উৎসৱ উদযাপন কৰে বুলি প্ৰকাশ কৰিছে সমল কেন্দ্ৰৰ সমন্বয়ক কনক চন্দ্ৰ ৰায়ে ৷

Recent News

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

reservation in india

প্ৰতিনিধিত্বমূলক অংশগ্ৰহণৰ সুযোগেই “সংৰক্ষণ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd