• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি তুংগত : ৪০ ভোটকেন্দ্ৰ অতি সংবেদনশীল

স্মিতা ভট্টাটাৰ্য by স্মিতা ভট্টাটাৰ্য
November 7, 2018 5:09 pm
IMG_20181107_112859
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি চলি আছে। জিলাখনত চলিত বছৰৰ ডিচেম্বৰৰ ৫ তাৰিখে ভোটগ্ৰহণ কৰা হ’ব। জিলা প্ৰশাসনে জিলাখনৰ ১৩৫টা ভোটকেন্দ্ৰ অতি সংবেদনশীল বুলি ঘোষণা কৰিছে আৰু এই কেইটাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

যোৰহাটৰ মহকুমা সদৰত অনুষ্ঠিত এখন সংবাদমেলত জিলা উপায়ুক্ত নাৰায়ণ কোঁৱৰ আৰু আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰে পঞ্চায়ত নিৰ্বাচনৰ প্পস্তুতিৰ সম্পৰ্কত এটা চমু আভাষ দাঙি ধৰে।

Apply Now

আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে যে যোৰহাট মহকুমাৰ অন্তৰ্গত ৪০টা ভোটকেন্দ্ৰ অতি সংবেদনশীল, ১৯২টা সংবেদনশীল আৰু ৩৭৭টা ভোটকেন্দ্ৰ তুলনামূলকভাৱে নিৰাপদ। তেওঁ আৰু কৈছে যে নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তা বিষয়াসকলৰ বাবে এটা ২৪ x ৭ ঘণ্টীয়া হেল্পলাইন মুকলি কৰিব।

তেওঁ আৰু কৈছে যে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে মহকুমাখনক ৬টা মণ্ডল আৰু ৩১টা খণ্ডত বিভক্ত কৰা হৈছে। মহকুমাখনত ৫৭ গাঁও পঞ্চায়ত, ৫খন আঞ্চলিক পৰিষদ আৰু ১২খন জিলা পৰিষদ সমষ্টি আছে। কোঁৱৰে আৰু কৈছে যে যোৰহাট মহকুমাত মুঠ ৩৫১,৭৩৯ গৰাকী ভোটদাতা আছে আৰু তাৰে ভিতৰত ১৭৯২৬৭ গৰাকী পুৰুষ আৰু ১৭২৪৭২ গৰাকী মহিলা ভোটদাতা। মহকুমাখনত মুঠ ভোটকেন্দ্ৰ আছে ৬০৯টা।

প্ৰশাসনাৰ তৰফৰ পৰা জনোৱা হৈছে যে গাঁও পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে নিম্নতম শিক্ষাগত অৰ্হতা ৬ষ্ঠ শ্ৰেণী উত্তীৰ্ণ, আঞ্চলিক পৰিষদৰ বাবে ৮ম শ্ৰেণী উত্তীৰ্ণ আৰু জিলা পৰিষদৰ বাবে উচ্চতৰ মাধ্যমিক উক্তীৰ্ণ হ’ব লাগিব।

আনহাতে তিতাবৰ মহকুমাৰ নিৰ্বাচনী বিষয়া এন চাংমায়ে কৈছে যে মহকুমাটোক ৬টা মণ্ডলত ভাগ কৰা হৈছে। ইয়াত ৭টা জিলা পৰিষদ, ৪টা আঞ্চলিক পৰিষদ আৰু ৩৩টা গাওঁ পঞ্চায়ত সমষ্টি আছে।

তিতাবৰ মহকুমাত ৩৪৭টা ভোটকেন্দ্ৰ আছে। ইয়াত ২১১৪২৪গৰাকী ভোটাৰ আছে। ইয়াৰে ১০৫৯৩৫গৰাকী পুৰুষ আৰু ১০৫৪৮গৰাকী মহিলা ভোটাৰ। চাংমায়ে কৈছে কৰিছে যে তিতাবৰ মহকুমাৰ অন্তৰ্গত ৯৫টা ভোটকেন্দ্ৰ অতি সংবেদনশীল, ১২০টা সংবেদনশীল আৰু ১৩২টা ভোটকেন্দ্ৰ নিৰাপদ।

জিলা পৰিষদ, আঞ্চলিক পৰিষদ আৰু গাঁও পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীসকলে মহকুমা বিষয়াৰ ওচৰত তেওঁলোকৰ মনোনয়নপত্ৰ জমা দিব পাৰিব। ৱাৰ্ড মেম্বাৰৰ প্ৰাৰ্থীসকলে সংশ্লিষ্ট খণ্ড উন্নয়ন কাৰ্যালয়ত মনোনয়নপত্ৰ জমা দিব পাৰিব। চাংমায়ে জনাইছে যে হেল্পলাইন নম্বৰ হৈছে 03771248050।

স্মিতা ভট্টাটাৰ্য

স্মিতা ভট্টাটাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd