• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ উদ্যোগত পুৰণিগুদামত সাংবাদিকক সম্বৰ্ধনা

NE NOW NEWS ভাৰ্গৱ হাজৰিকা
পুৰণিগুদাম , May 17, 2020 8:05 pm

2 min read

নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ উদ্যোগত পুৰণিগুদামত সাংবাদিকক সম্বৰ্ধনা

ফটো : নৰ্থ-ইষ্ট নাও

250
VIEWS
Share on FacebookShare on Twitter

সম্প্ৰতি ক’ভিড-১৯ত ভাইৰাছে সমগ্ৰ বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰিছে৷ ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো ক’ৰনা ভাইৰাছত ইতিমধ্যে ৯২ জন লোক আক্ৰান্ত হৈছে৷

এই বিভীষিকাময় পৰিৱেশত সমাজৰ এজন অতন্দ্ৰ প্ৰহৰী হিচাপে জনসাধাৰণক সদা জাগ্ৰত কৰি ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰি অহা পুৰণিগুদাম আৰু চামগুৰিৰ সাংবাদিক সকলক সম্বৰ্ধনা জনোৱাৰ উদেশ্যে দেওবাৰে দুপৰীয়াৰ ভাগত নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থা আৰু নগাঁও জিলা আন্তঃপৰীক্ষা পৰিষদৰ উদ্যোগত নগাঁও জিলাৰ পুৰণিগুদামত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷

দেওবাৰে দুপৰীয়া প্ৰায় ১২ মান বজাত পুৰণিগুদাম ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি ৰঞ্জিত কুমাৰ শইকীয়া, সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱা, চামগুৰি আঞ্চলিকৰ উপদেষ্টা তৰুণ বৰা, সম্পাদক অঞ্জন শইকীয়া আৰু সংস্থাৰ কৰ্মকৰ্তা ইন্টু কাকতিৰ উপস্থিতিত অনুষ্টুপীয়াকৈ এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷

অনুষ্ঠানত বাতৰি কাকত আৰু বৈদ্যুতিক মাধ্যমৰ কেইবা গৰাকীও সাংবাদিকক এখন ফুলাম গামোচা, এখন সম্বৰ্ধনা পত্ৰ আৰু নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থৰে সম্বৰ্ধনা জনায়৷

উল্লেখ্য যে, নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত কৰ্মৰত সাংবাদিক সকলক কৃতজ্ঞতা জ্ঞাপনৰ লগতে আগন্তুক দিনবোৰত নিষ্ঠা সহকাৰে অতি সতৰ্কতাৰে নিজৰ কৰ্ম দায়িত্ব পালন কৰি দেশ, জাতি তথা মানৱতা ৰক্ষাৰ অৰ্থে ৰাইজক সজাগ কৰি যাবৰ বাবেও অনুষ্ঠানটোৰ জৰিয়তে আহ্বান জনায়।

Recent News

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd